তেজপুৰত মাদ্ৰাছাৰ পৰা সন্ধানহীন ২ ছাত্ৰ৷ ছাত্ৰদ্বয় হৈছে - মুছাৰ্দুৰ ৰহমান (মুন) আৰু আলহাজ মুছিদুৰ ৰহমান৷ দুয়োজন ছাত্ৰ সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে৷ ১৩ আৰু ১৪ বছৰীয়া ছাত্ৰ দুজন বিগত ২-৩ বছৰ ধৰি হায়াতুল উলুম মাদ্ৰাছাত অধ্যয়নৰত আছিল৷ সোমবাৰে পুৱাৰে পৰা ছাত্ৰ দুজন নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক৷ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ছাত্ৰ দুজনৰ পৰিয়ালে৷ দাখিল কৰিছে পৃথকে-পৃথকে এজাহাৰ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Waqf Board Property: वक्फ बोर्ड की प्राॅपर्टी को केंद्र सरकार करेगी सील | Hindi News | Muslims
Waqf Board Property: वक्फ बोर्ड की प्राॅपर्टी को केंद्र सरकार करेगी सील | Hindi News | Muslims
ડાલવાણા ગામજનોની દાતા ને અનોખી બ્રથડે ગિફ્ટ..
ડાલવાણા ગામજનોની દાતા ને અનોખી બ્રથડે ગિફ્ટ..
MLCU Celebrates Teacher’s Day 2022
Shillong:As a commemoration for special day for the teachers, Martin Luther Christian University...