গোলাঘাট বেঙেনাখোৱাত ফ্লীপকাৰ্টৰ কাৰ্য্যালয়ত এজন যুৱকক ফ্লীপকাৰ্টৰ চুপাৰভাইজাৰে মাৰপিত কৰাৰ অভিযোগত সদৰ থানাত গোচৰ ৰুজু ভুক্তভোগীৰ। গোলাঘাট বেঙেনাখোৱা স্থিত ফ্লীপকাৰ্টৰ কাৰ্য্যালয়ত এজন যুৱকক ফ্লীপকাৰ্টৰ চুপাৰভাইজাৰৰ লগতে কাৰ্য্যালয়ত থকা চাৰি পাচ জনিয়া এটা দলে মাৰ পিত কৰা বুলি অভিযোগ উত্থাপন কৰি গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী যুৱক জনে। লগতে চুপাৰভাইজাৰ আৰু চাৰি পাচ জনিয়া দলটোৱে জুব্ক জনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে বুলিও মন্তব্য কৰে ভুক্তভোগী যুৱক জনে
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ડીસામાં ચીફ ઓફીસરની બદલી કરાઇ 
 
                      શહેરી વિકાસ અને શહેરી ગૃહ નિર્માણ વિભાગ દ્વારા ગુજરાતમાં 27 ચીફ ઓફિસરોને બદલી કરવામાં આવી છે....
                  
   Mahindra XEV 9e और BE 6e साबित होंगी गेमचेंजर, महिंद्रा की कार में पहली बार मिले ये 10 यूनिक फीचर्स 
 
                      Mahindra XEV and BE series Features हाल ही में महिंद्रा ने अपनी दो इलेक्ट्रिक SUVs को भारत में...
                  
   Paris Olympics 2024: Google खिला रहा गेम, पिक्चर में ढूंढने होंगे दुनिया के सबसे ज्यादा खोजे जाने वाले स्पोर्ट्स 
 
                      मोबाइल या पीसी स्क्रीन पर गेम खेलने के शौकीन हैं तो आज का गूगल डूडल आपके लिए ही है। पेरिस ओलंपिक...
                  
   
  
  
  