ভাৰতীয় জনতা পাৰ্টি,মাজুলী জিলা সমিতিৰ অন্তৰ্গত উজনি মাজুলীৰ মণ্ডলৰ, শ্ৰীৰাম গাঁও পঞ্চায়তৰ ১১৯ নং বুথ আৰু ১১৫ নং বুথৰ কাৰ্যকর্তা সকলৰ লগত দলৰ বিভিন্ন কাৰ্যক্ৰম ৰ ওপৰত আলোচনাত বিজেপি জিলা সভাপতি বীৰেন শইকীয়া ভাগ লয়। এই আলোচনাৰ সময়ত দুয়োগৰাকী, বুথৰ মাননীয় সভাপতি ক্ৰমে শ্ৰী বেথাৰাম শইকীয়া আৰু শ্ৰী চিন্টু দাস উপস্থিত থকাৰ লগতে জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰী মাণিক শইকীয়া আৰু সম্পাদকদ্বয় ক্ৰমে শ্ৰী ঋতুপৰ্ণ শৰ্মা আৰু শ্ৰী প্ৰভাত পেগু উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अन्नकूट महोत्सव व वैश्य महासंगम 16 नवम्बर को
अन्नकूट महोत्सव व वैश्य महासंगम -2024 का आयोजन सीएडी ग्राउंट में 16 नवम्बर को किया जाएगा।...
108MP कैमरा और 12GB तक रैम वाले धाकड़ फोन की सेल आज होगी लाइव, मिलेगा बंपर डिस्काउंट
ज्यादा स्टोरेज और मल्टीटास्किंग के लिए मिड बजट में एक नया फोन खरीदना चाह रहे हैं तो ये जानकारी...
নাৰায়ণপুৰত প্লাষ্টিকৰ বিৰুদ্ধে পৌৰসভাৰ অভিযান
নাৰায়ণপুৰ পৌৰসভাই প্লাষ্টিকৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ পৌৰসভাখনৰ অন্তৰ্গত প্ৰতিখন...
कार पर पार्टीं का झंडा लगाकर पहुंचे नेताजी जनसुनवाई में पड़ा महंगा।
जनपद आजमगढ़ में,कार पर पार्टीं का झंडा लगाकर पहुंचे नेताजी जनसुनवाई में पड़ा महंगा।मालूम होकि जनपद...
Sandeep Gore appointed as Taluka President of Jan Shakti Farmers Association
Kannad:Devgaon Rangari, resigned from his post and joined the Jan Shakti Farmers' Association...