ভাৰতীয় জনতা পাৰ্টি,মাজুলী জিলা সমিতিৰ অন্তৰ্গত উজনি মাজুলীৰ মণ্ডলৰ, শ্ৰীৰাম গাঁও পঞ্চায়তৰ ১১৯ নং বুথ আৰু ১১৫ নং বুথৰ কাৰ্যকর্তা সকলৰ লগত দলৰ বিভিন্ন কাৰ্যক্ৰম ৰ ওপৰত আলোচনাত বিজেপি জিলা সভাপতি বীৰেন শইকীয়া ভাগ লয়। এই আলোচনাৰ সময়ত দুয়োগৰাকী, বুথৰ মাননীয় সভাপতি ক্ৰমে শ্ৰী বেথাৰাম শইকীয়া আৰু শ্ৰী চিন্টু দাস উপস্থিত থকাৰ লগতে জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰী মাণিক শইকীয়া আৰু সম্পাদকদ্বয় ক্ৰমে শ্ৰী ঋতুপৰ্ণ শৰ্মা আৰু শ্ৰী প্ৰভাত পেগু উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિલ્હીના મુખ્યમંત્રી અરવિંદ કેજરીવાલે વિધાન સભામાં વિશ્વાસ મત જીત્યો.
દિલ્હીના મુખ્યમંત્રી અરવિંદ કેજરીવાલને વિશ્વાસ મત પ્રસ્તાવ પાસ કરિયો. વિશ્વાસ મત પ્રસ્તાવના...
মলাখোৱা ব্ৰহ্মপুত্ৰ নদীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ পাৰ্কিউ পাইনৰ কামৰ শুভ উদ্বোধন
মলাখোৱা ব্ৰহ্মপুত্ৰ নদীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ পাৰ্কিউ পাইনৰ কামৰ শুভ উদ্বোধন কৰে ।
ৰাজনীতিৰ পথাৰৰ পৰা হঠাৎ ক্ৰীড়াজগতত ব্যস্ত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী
8 August 2022 ৰূপজ্যোতি কুৰ্মীৰ নতুন চমক ।ৰাজনীতিৰ পথাৰত এই চমক নহয় ।ক্ৰীড়াজগত নতুন আৱতাৰ...
તલાટી કમ મંત્રી બદલ્યો બાદ કિસ્સો ચર્ચામાં
ખેડબ્રહ્મા વિજયનગર પોશીના તાલુકા પંચાયત વિસ્તારમાં આવતી અમુક ગ્રામ પંચાયતોમાં તલાટીઓની ગેરહાજરીથી...