উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আজি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বিহঙ্গম দৃষ্টিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হয়৷পুৱা ১১ বজাত মহাবিদ্যালয়খনৰ প্ৰৱক্তা ডিম্বজ্যোতি বৰুৱাই আঁত ধৰা বক্তৃতানুষ্ঠানত সভাপতিত্ব কৰে অসমীয়া বিভাগৰ মুৰব্বী ড০ বিউতী গগৈয়ে৷ ইয়াৰ পিছতে অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই বন্তি প্ৰজ্বলন আৰু আদৰণী ভাষণ আগবঢ়াই৷ বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসমবাসীৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অসমবাসীলৈ অৱদান আৰু তেখেতৰ জীৱনাদৰ্শৰ ওপৰত বক্তৃতা প্ৰদান কৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ শংকৰ পাটোৱাৰীয়ে৷ অনুষ্ঠানত মহাবিদ্যালয়খনৰ সমূহ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ উপৰি জেংৰাইমুখ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা ড০ প্ৰফুল্ল নাথ, ড০ পংকজ শইকীয়া, ৰিংকুমণি চুতীয়া আৰু মল্লিকা মৰাণৰ লগতে প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত লক্ষীৰূপা খনিকৰ আৰু পুৰৱী বৰাই পৰিৱেশন কৰা গীতে সকলোকে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাৰায়ণপুৰত পশুপালন বিভাগৰ প্ৰশিক্ষণ কৰ্মশালা
ৰাষ্ট্ৰীয় পশুধন মিছনৰ উদ্যোগত লখিমপুৰ জিলা পশুপালন বিভাগৰ দ্বাৰা নাৰায়ণপুৰত অনুষ্ঠিত হৈছে...
जानिए कैसा रहा अगस्त 2023 में ऑटोमोबाइल सेक्टर, क्या कुछ हुआ खास
चलिए देखते हैं अगस्त के इतने दिनों में क्या कुछ देखने को मिला है।मीडिया रिपोर्ट्स के मुताबिक...
રાષ્ટ્રધ્વજ અમૂલ્ય છે સરકારી વેચાણ ન થવું જોઈએ એડવોકેટ દ્વારા ઉચ્ચકક્ષાએ રજૂઆત કરાય
રાષ્ટ્રધ્વજ અમૂલ્ય છે સરકારી વેચાણ ન થવું જોઈએ એડવોકેટ દ્વારા ઉચ્ચકક્ષાએ રજૂઆત કરાય
Salty Snacks Can Calm Your Nerves: Try These Healthy Salty Snacks For Anxiety Relief
For many, anxiety manifests as a gnawing feeling in the pit of your stomach, a racing heart, or...
વડોદરા ના મકરંદ દેસાઈ-વાસણા રોડ વિસ્તારમાં મકાન મા બંધક બનાવી લૂંટારુ ઓ એ. લૂંટ ચલાવી
વડોદરા ના મકરંદ દેસાઈ-વાસણા રોડ વિસ્તારમાં મકાન મા બંધક બનાવી લૂંટારુ ઓ એ. લૂંટ ચલાવી
...