ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব নিৰ্বাচন। নিৰ্বাচনক লৈ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাৰ বিধায়কৰ সেৱা সদনত ভীৰ কৰিছেহি ভোটাৰে। সকলো স্তৰৰ ভোটাৰ ৰাইজৰ উপস্থিতত এইবাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটকৈ সমষ্টিত বিৰোধীয়ে শূণ্যতাৰ মুখ দেখাহে পূৰ্ণ সম্ভাৱনা বৃদ্ধি হৈছে। পিছে এই নিৰ্বাচন দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ২২ টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে জাৰি কৰিছে নিৰ্বাচনী অধিসূচনা। সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৯ অক্টোবৰ। ৮নৱেম্বৰৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৯ নৱেম্বৰত হ’ব পুনৰ ভোটগ্ৰহণ । ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। ইয়াকে লৈ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটাকৈ সমষ্টিত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী বতাহ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AMCનો મહત્વપૂર્ણ નિર્ણય, કોર્પોરેશનની તમામ બિલ્ડીંગોમાં સિક્યોરિટી ગાર્ડની હાજરી પણ બાયોમેટ્રીકથી પુરાશે
અમદાવાદ મ્યુનિસિપલ કમિશનર થેન્નારસની જ્યારથી કમિશનર પદે નિમણૂક થઈ છે ત્યારથી લઈને...
અદાણી સ્પોર્ટ્સલાઈનની ગુજરાત જાયન્ટ્સ ટિમ માટે નવી જર્સી લોન્ચ અને નવા કેપ્ટનની જાહેરાત
અદાણી સ્પોર્ટ્સલાઈનની ગુજરાત જાયન્ટ્સ ટિમ માટે નવી જર્સી લોન્ચ અને નવા કેપ્ટનની જાહેરાત
બનાસકાંઠામાં વાવના ધારાસભ્ય ગેનીબેન ઠાકોરના નિવેદનથી ખળભડાટ શું કહ્યું ગેનીબેન ઠાકોરે જુઓ વિડિયો
બનાસકાંઠામાં વાવના ધારાસભ્ય ગેનીબેન ઠાકોરના નિવેદનથી ખળભડાટ શું કહ્યું ગેનીબેન ઠાકોરે જુઓ વિડિયો
Skincare Tips: कितने SPF का Sunscreen खरीदना होगा सही, जानें इसे खरीदते समय किन बातों का रखना चाहिए खयाल
सनस्क्रीन स्किन केयर में बहुत अहम भूमिका निभाता है। धूप की हानिकारक किरणों से बचाव करने के लिए...