ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব নিৰ্বাচন। নিৰ্বাচনক লৈ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাৰ বিধায়কৰ সেৱা সদনত ভীৰ কৰিছেহি ভোটাৰে। সকলো স্তৰৰ ভোটাৰ ৰাইজৰ উপস্থিতত এইবাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটকৈ সমষ্টিত বিৰোধীয়ে শূণ্যতাৰ মুখ দেখাহে পূৰ্ণ সম্ভাৱনা বৃদ্ধি হৈছে। পিছে এই নিৰ্বাচন দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ২২ টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে জাৰি কৰিছে নিৰ্বাচনী অধিসূচনা। সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৯ অক্টোবৰ। ৮নৱেম্বৰৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৯ নৱেম্বৰত হ’ব পুনৰ ভোটগ্ৰহণ । ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। ইয়াকে লৈ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটাকৈ সমষ্টিত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী বতাহ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jammu Kashmir News: 'गोवर्धन' महिला स्वयं सहायता समूह बना रहा है गाय के गोबर से दिये | Aaj Tak
Jammu Kashmir News: 'गोवर्धन' महिला स्वयं सहायता समूह बना रहा है गाय के गोबर से दिये | Aaj Tak
ભાવનગર જિલ્લા આરોગ્ય કર્મચારી ઓ દ્વારા હડતાલ
ભાવનગર જિલ્લા આરોગ્ય કર્મચારી ઓ દ્વારા હડતાલ
હાલાર માં યોજાયો સાઇબર ક્રાઈમ જાગૃતતા સેમિનારનો કાર્યક્રમ
હાલાર માં યોજાયો સાઇબર ક્રાઈમ જાગૃતતા સેમિનારનો કાર્યક્રમ
Five States Assembly Election Date: Rajasthan चुनाव में कौन होगा Congress का सीएम फेस? | Latest News
Five States Assembly Election Date: Rajasthan चुनाव में कौन होगा Congress का सीएम फेस? | Latest News
स्पीकर बिरला की बेटी अंजली मानहानि मामले में गूगल और X को HC ने 24 घंटे के अंदर पोस्ट हटाने का दिया निर्देश
दिल्ली हाईकोर्ट में अंजलि बिरला ने मानहानि का केस दायर किया था। उन्होंने यह केस सोशल मीडिया पर...