মাহমৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত কচুমাৰিস্থিত মিলন গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত টাই আহোম উন্নয়ন পৰিষদে নিৰ্বাচিত ৬২ গৰাকী হিতাধিকাৰীক কালি প্ৰেচাৰ কুকাৰ, পিঠাখুন্দা মেছিন আৰু গেছৰ ষ্টভ বিতৰণ কৰে। বিজেপিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ সম্পাদক কৃষ্ণ গোৱালাই আঁত ধৰা এই সামগ্ৰী বিতৰণ অনুষ্ঠানত স্থানীয় বিধায়ক তথা অসম চৰকৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাহাৰ অঞ্চল উন্নয়ন দপ্ত্তৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপৰিও টাই আহোম উন্নয়ন পৰিষদৰ সদস্য মন্টু কোঁৱৰ, মিলন গাওঁ পঞ্চায়তৰ সভাপতি নৱ বৰুৱা আৰু ভালেসংখ্যক শাসকীয় দলৰ নেতা তথা পঞ্চায়ত প্ৰতিনিধি উপস্থিত থাকে। আনহাতে সামগ্ৰী বিতৰণ কৰি কেবিনেট মন্ত্ৰী মহনে টাই আহোম উন্নয়ন পৰিষদে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী অভিলাসী আঁচিন ৰূপায়ণ কৰি নিবনুৱা যুৱক-যুৱতীসকলক আত্ম-সংস্থাপন বাট মুকলি কৰাৰ পদক্ষেপ লোৱা বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કપડવંજ શહેર મા આમ આદમી પાર્ટી નો જન સંવાદ કાર્યક્રમ યોજાયો.
જિલ્લા ના કપડવંજ શહેર મા આમ આદમી પાર્ટી નો જન સંવાદ કાર્યક્રમ યોજાયેલ જેમા કપડવંજ મત...
दलगाँव के चकरागाँव में एक विवाह में भोजन से बिषक्रिया - पच्चास से अधिक लोग बीमार
दलगाँव के चकरागाँव में एक विवाह में भोजन से बिषक्रिया - पच्चास से अधिक लोग बीमार
आश्चर्य! श्वानाच्या पोटी जन्माला आली 'बकरी'; विश्वास बसत नाही तर पाहा हा VIDEO
आश्चर्य! श्वानाच्या पोटी जन्माला आली 'बकरी'; विश्वास बसत नाही तर पाहा हा VIDEO
HMD Fusion स्मार्टफोन भारत में जल्द होगा लॉन्च, 108MP कैमरा के साथ मिलेगा Snapdragon 4 Gen 2 चिपसेट
एचएमडी ग्लोबल जल्द भारत में HMD Fusion स्मार्टफोन लॉन्च करेगा। यह फोन सेल्फ रिपेयरेबिलिटी सपोर्ट...
Breaking News: शंकर नेत्रालय के फाउंडर एसएस बद्रीनाथ का निधन, PM Modi ने जताया शोक | Aaj Tak News
Breaking News: शंकर नेत्रालय के फाउंडर एसएस बद्रीनाथ का निधन, PM Modi ने जताया शोक | Aaj Tak News