মাহমৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত কচুমাৰিস্থিত মিলন গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত টাই আহোম উন্নয়ন পৰিষদে নিৰ্বাচিত ৬২ গৰাকী হিতাধিকাৰীক কালি প্ৰেচাৰ কুকাৰ, পিঠাখুন্দা মেছিন আৰু গেছৰ ষ্টভ বিতৰণ কৰে। বিজেপিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ সম্পাদক কৃষ্ণ গোৱালাই আঁত ধৰা এই সামগ্ৰী বিতৰণ অনুষ্ঠানত স্থানীয় বিধায়ক তথা অসম চৰকৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাহাৰ অঞ্চল উন্নয়ন দপ্ত্তৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপৰিও টাই আহোম উন্নয়ন পৰিষদৰ সদস্য মন্টু কোঁৱৰ, মিলন গাওঁ পঞ্চায়তৰ সভাপতি নৱ বৰুৱা আৰু ভালেসংখ্যক শাসকীয় দলৰ নেতা তথা পঞ্চায়ত প্ৰতিনিধি উপস্থিত থাকে। আনহাতে সামগ্ৰী বিতৰণ কৰি কেবিনেট মন্ত্ৰী মহনে টাই আহোম উন্নয়ন পৰিষদে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী অভিলাসী আঁচিন ৰূপায়ণ কৰি নিবনুৱা যুৱক-যুৱতীসকলক আত্ম-সংস্থাপন বাট মুকলি কৰাৰ পদক্ষেপ লোৱা বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಗಾಯಕ ಎನ್ ಯಲ್ಲಪ್ಪ ಸ್ಮಾರಕ ಪ್ರಶಸ್ತಿ ಪ್ರಧಾನ ಸಮಾರಂಭ ಯೋಜನೆ
ಬೆಂಗಳೂರು : ಬೆಂಗಳೂರಿನ ಕೆನ್ ಕಲಾ ಶಾಲೆಯಲ್ಲಿ ಸಮ್ಮಿಲನ ಸಂಸ್ಥೆಯು ಆಯೋಜಿಸಿದ್ದ "ಗಾಯಕ ಎನ್.ಯಲ್ಲಪ್ಪ...
राज्य वृक्ष खेजड़ी की अवैध कटाई और जलाए जाने की घटनाओं पर शिव विधायक रविन्द्र सिंह भाटी का कड़ा विरोध, राख पर बिताई रात, प्रशासन से मांगी जवाबदेही, धरना जारी
शिव राजस्थान की धरती पर सदियों से पर्यावरण रक्षक के रूप में प्रतिष्ठित राज्य वृक्ष खेजड़ी की...
হোজাইত জল জীৱন মিচনৰ কাম দেখিলে চকু কপালত উঠিব আপোনাৰ
হোজাইত জল জীৱন মিচনৰ কাম দেখিলে চকু কপালত উঠিব আপোনাৰ। জল জীৱন মিছনৰ ঠিকাদাৰ সকলৰ বাবে...
নয়নমণি শইকীয়াক ডিএছপি পদলৈ পদোন্নতি
অভিনন্দন ধনশিৰিৰ নয়নমণি শইকিয়ালৈ অসম চৰকাৰে ডি এছ পি পদলৈ পদোন্নতি দিয়া কমনৱেলথ গেমচৰ স্বৰ্ণপদক...
Bali: जिम में स्क्वाट करने के दौरान फिटनेस इंफ्लूएंसर की मौत, गर्दन पर गिरा 210 किलो का बारबेल
बाली में एक फिटनेस इंफ्लूएंसर की जिम में स्क्वाट करने के दौरान मौत हो गई। दरअस
बाली, इंडोनेशिया के बाली में एक फिटनेस इंफ्लूएंसर की जिम करने के दौरान हादसे के कारण दर्दनाक मौत...