মৰিগাওঁ জিলাৰ গছৰগুৰিৰ ১৯৭৬ চনতে প্ৰয়াত ৰাজেন ডেকা,অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক টংকেশ্বৰ ডেকাৰ লগতে গাওঁবাসীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বসুন্ধৰা নামৰ সামাজিক বনাঞ্চল খনত আজি পুনৰ গছৰগুৰি শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰই বৃক্ষৰোপনৰ কায্যসুচী হাতত লয়। "এক বৃক্ষ দশ পুত্ৰ সম" শীৰ্ষক এই কায্যসূচীত অংশগ্ৰহন কৰে মৰিগাঁৱৰ উপ বনবিষয়া মহেশ নাথৰ লগতে অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ হাজৰিকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জয়ন্ত কুমাৰ ডেকা, গাওঁপ্ৰধান প্ৰফুল্ল ডেকা, গাঁও উন্নয়ন সমিতিৰ সম্পাদক তথা গাওঁৰক্ষী বাহিনীৰ সভাপতি ভুবনেশ্বৰ ডেকা, গছৰগুৰি ৰাস উদযাপন সমিতিৰ সভাপতি চচিন্দ্ৰ বৰাৰ লগতে গাঁৱৰ যথেষ্ট সংখ্যক পুৰষ মহিলাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জোনাইৰ মুৰ্কংচেলেক মহাবিদ্যালয়টো তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত, মুঠ ৮০০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ
সমগ্র ৰাজ্যৰ লগতে জোনাই মহকুমাতো তৃতীয় বৰ্গৰ কৰ্মচাৰী পদৰ বাবে মুঠ সাতটা কেন্দ্ৰত মুঠ ২৯০০...
How Jawan Became Blockbuster_Comeback Of Shah Rukh Khan_Jawan कैसे बनी ब्लॉकबस्टर ? Bollywood
How Jawan Became Blockbuster_Comeback Of Shah Rukh Khan_Jawan कैसे बनी ब्लॉकबस्टर ? Bollywood
*बांक्या में तेजाजी की बैठक सम्पन्न*
ग्राम पंचायत किशोरपुरा के बांक्या में श्री वीर तेजाजी महाराज मेला समिति की बैठक तेजाजी मन्दिर...
આજરોજ સાવરકુંડલા એસ વી દોશી ગર્લ્સ હાઇસ્કુલ ખાતે આઝાદીકા અમૃત મહોત્સવ તથા હર ઘર ત્રીરંગા કાર્યક્રમનું આયોજન કરવામાં આવેલ
આજરોજ સાવરકુંડલા એસ.વી.દોશી ગર્લ્સ હાઈસ્કુલ ખાતે *આઝાદી કા અમૃત મહોત્સવ* તથા *હર ઘર ત્રિરંગા*...