পূজাৰ আনন্দৰ মাজতে সোণাৰি সমষ্টিৰ টাইৰাই মাজগাওঁত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দ্ৰুত বেগী বলেৰ'ৰ খুন্দাত নিহত শিশুটিৰ বাসগৃহত আজি উপস্থিত হ'ল সমষ্টিটোৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। উল্লেখ্য যে পথৰ দাঁতিত ৰৈ থকা শিশুটিক খুন্দিয়াই পলায়ন কৰিছিল সাপেখাতিৰপৰা সোণাৰি অভিমুখী এখন বলেৰ'। দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু মুহুৰ্তৰ পাছতে ঘটনাস্থলীত উপস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শিশুটিক চিকিৎসাৰ বাবে যাৱতীয় সহযোগিতা আগবঢ়াই যদিও চিকিৎসালয় গৈ পোৱাৰ আগতেই মৃত্যু হয় বকুল গগৈ নামৰ শিশুটি। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শিশুটিৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ বুজ লয়। আনহাতে দুৰ্ঘটনাৰ সময়ত পৰিয়ালটোক সহযোগিতা আগবঢ়োৱা বাবে বিধায়ক গৰাকীক কৃতজ্ঞতা জনাই পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
6GB रैम, 5000mAh बैटरी वाले Realme 11X पर बंपर डिस्काउंट, आज स्पेशल Sale में बेहद सस्ता मिलेगा Smartphone
नया 5G स्मार्टफोन खरीदने की प्लानिंग कर रहे हैं तो ये खबर आपके काम की हो सकती है। दरअसल Realme ने...
ये जंगलराज नहीं तो क्या है? बिहार के अररिया में दैनिक जागरण के पत्रकार को घर में घुसकर बदमाशों ने गोली मारी
अररिया जिले के रानीगंज प्रखंड में शुक्रवार तड़के पत्रकार विमल कुमार की गोली मारकर हत्या कर दी गई।...
સુરેન્દ્રનગરના યુવાનનું અકસ્માતમાં મોત નીપજ્યું
સુરેન્દ્રનગર કરણીગ્રુપ સમાજ દ્વારા રાજસ્થાનનામાં પદયાત્રીઓ માટે મફત સેવાકેમ્પ યોજાયો હતો....
চৰাইদেউ জিলাৰ সোণাৰি সমলয় গোষ্ঠীৰ সভাকক্ষত কবিতাৰ মহাসন্মিলন চৰাইদেউ জিলা সমিতিৰ উদ্যোগত
চৰাইদেউ জিলাৰ সোণাৰি সমলয় গোষ্ঠীৰ সভাকক্ষত কবিতাৰ মহাসন্মিলন চৰাইদেউ জিলা সমিতিৰ উদ্যোগত