পূজাৰ আনন্দৰ মাজতে সোণাৰি সমষ্টিৰ টাইৰাই মাজগাওঁত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দ্ৰুত বেগী বলেৰ'ৰ খুন্দাত নিহত শিশুটিৰ বাসগৃহত আজি উপস্থিত হ'ল সমষ্টিটোৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। উল্লেখ্য যে পথৰ দাঁতিত ৰৈ থকা শিশুটিক খুন্দিয়াই পলায়ন কৰিছিল সাপেখাতিৰপৰা সোণাৰি অভিমুখী এখন বলেৰ'। দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু মুহুৰ্তৰ পাছতে ঘটনাস্থলীত উপস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শিশুটিক চিকিৎসাৰ বাবে যাৱতীয় সহযোগিতা আগবঢ়াই যদিও চিকিৎসালয় গৈ পোৱাৰ আগতেই মৃত্যু হয় বকুল গগৈ নামৰ শিশুটি। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শিশুটিৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ বুজ লয়। আনহাতে দুৰ্ঘটনাৰ সময়ত পৰিয়ালটোক সহযোগিতা আগবঢ়োৱা বাবে বিধায়ক গৰাকীক কৃতজ্ঞতা জনাই পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तिरंगा यात्रा में प्रत्येक राष्ट्र भक्त को भाग लेना चाहिए : चौधरी
भारतीय सेना के सम्मान में आयोजित तिरंगा यात्रा बालोतरा में 25 मई को आयोजित होने वाली है जिसको...
Delta Corp Under Radar | आज क्यों ये Stock आ गया सबके Focus में? आखिर इस स्टॉक में क्या चल रहा है?
Delta Corp Under Radar | आज क्यों ये Stock आ गया सबके Focus में? आखिर इस स्टॉक में क्या चल रहा है?
Telangana Election: 'आपने मुझे अम्मा कहकर सम्मान दिया, मां समान माना' वोटिंग से पहले सोनिया गांधी की भावुक अपील
नई दिल्ली। तेलंगाना में चुनाव प्रचार के अंतिम दिन तमाम दलों के नेताओं ने पूरी ताकत झोंक दी...
जल्द लॉन्च होगी Hyundai Creta N Line, जानें एसयूवी में मिलेंगे कैसे फीचर्स
साउथ कोरियाई की दिग्गज कार निर्माता हुंडई मोटर्स की ओर से Creta N Line एसयूवी को जल्द...