জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক "লভিতা"ক আৱাহন থিয়েটাৰৰ মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত যিহেতু বিদ্বৎ সমাজে সমালোচনা কৰিছে সয়েহে নাট্য গোষ্ঠীটোৱে এই ক্ষেত্ৰত সুস্পষ্ট মতামত দিয়া ভাল বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ। আনহাতে সাংস্কৃতিক ক্ষেত্ৰখনত যি বিতৰ্ক সৃষ্টি হৈছে সেই ক্ষেত্ৰত নিৰাময়ৰ দায়িত্বও সংশ্লিষ্ট নাট্যগোষ্ঠীৰ বুলি মন্তব্য মন্ত্ৰী বিমল বড়াৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় নাম-কীৰ্তনৰ
শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় নাম-কীৰ্তনৰ
STF ने रिक्रिएट किया अतीक-अशरफ हत्याकांड का क्राइम सीन, गोलियां दागते ही दबोचे गए हमलावर; एक-एक सेकेंड NOTE
प्रयागराज : मोतीलाल नेहरू मंडलीय चिकित्सालय काल्विन के गेट पर माफिया अतीक अहमद व उसके भाई...
મહુધા ખાતે ગુજરાત ગૌરવ યાત્રા આવી પોહચી
આજ રોજ ''ગુજરાત ગૌરવ યાત્રા'' નું મહુધા માં હજારો ની સંખ્યા માં ભવ્યાતિભવ્ય સ્વાગત
કરવામાં...
ಪ್ಯಾರಿಸ್ ಡೈಮಂಡ್ ಲೀಗ್ ನಲ್ಲಿ ಇತಿಹಾಸ ಸೃಷ್ಟಿಸಿದ ಶ್ರೀಶಂಕರ್ ಮುರಳಿ
ಪ್ಯಾರಿಸ್ ಡೈಮಂಡ್ ಲೀಗ್ ನಲ್ಲಿ ನಡೆದ ಲಾಂಗ್ ಜಂಪ್ ನಲ್ಲಿ ಭಾರತದ ಶ್ರೀಶಂಕರ್ ಮುರಳಿ ಇತಿಹಾಸ ಸೃಷ್ಟಿಸಿದ್ದಾರೆ. 3...
GVK EMRI અમરેલી ટીમ દ્વારા રક્ષાબંધન ની ઉજવણી કરવામાં આવી
GVK EMRI અમરેલી ટીમ દ્વારા રક્ષાબંધન ની ઉજવણી કરવામાં આવી