নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত আকনা গাঁৱৰ বিজেপিৰ জ্যেষ্ঠ কৰ্মী সত্য ৰাজবংশী(৫৫)ৰ সোমবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হস্পিতালত মৃত্যু হয়৷দীৰ্ঘদিন ধৰি এক জতিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷মৃত ৰাজবংশী বিজেপি বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ১৬৯ নং বুঠৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা আছিল৷তেওঁ গাওঁখনত বিজেপিৰ ভেটি শক্তিশালি কৰাত আহোপুৰুষাৰ্থ চেষ্টা কৰিছিল৷তেওঁ মৃত্যুত সাংসদ দিলীপ শইকীয়া,নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,বিজেপি নলবাৰী জিলা সভাপতি ডা°মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাকে ধৰি কেইবাজনো দলীয় বিষয়ববীয়াই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मेट्रो सफरीत ३०० विद्यार्थ्यांनी केले देशभक्तीपर गीतांचे समूहगान
मेट्रो सफरीत ३०० विद्यार्थ्यांनी केले देशभक्तीपर गीतांचे समूहगान
বিহ পান কৰি পিতা-পুত্ৰ মৃত্যু
বিহ পান কৰি পিতা-পুত্ৰ মৃত্যু
শিৱসাগৰত এক শোকাৱহক ঘটনা সংঘটিত হৈছে | ২ পিতাপুত্ৰই বিহ...
इस IAS अफसर की सफलता ने बता दिया कद नहीं ‘भौकाल’ देखो !
इस IAS अफसर की सफलता ने बता दिया कद नहीं ‘भौकाल’ देखो !
ધાનેરામાં ભાજપના ઉમેદવાર માટે યોગીજીની જાહેર સભા યોજાઈ,
ધાનેરા વિધાનસભાની ચુંટણીમાં ભાજપ તરફથી ધારાસભ્યના ઉમેદવાર ભગવાનદાસ પટેલના સમર્થનમાં આજે...