আধাৰশিলাৰ তিনিটা বছৰ অতিক্ৰম কৰাৰ পিচতো এটি খুটাও সম্পূৰ্ণ নহল ভৰালঁটোলাৰ পকী দলংৰ৷উল্লেখযোগ্য যে হাজো আৰু বৰক্ষেত্ৰী সমষ্টিৰ সীমান্তবৰ্তী বৰগাছা ভৰালটোলাৰ বৰলীয়া নৈৰ ওপৰত এখন পকী দলংৰ আধাৰশিলা বিগত ২০১৯ চনতে সেইসময়ৰ বিধায়ক নাৰায়ণ ডেকাই কৰিছিল৷মনকৰিবলগীয়া যে পূৰ্বৰ ভগ্ন কাঠৰ দলংখনৰ পৰা বছৰি বছৰি ৰাইজে দুৰ্ভোগ ভূগিব লগা হোৱাত তাৰ পৰা ৰাইজক পৰিত্ৰাণ দিয়াৰ অৰ্থে বিধায়ক গৰাকীয়ে পকী দলংখনৰ কাম আৰম্ভ কৰিছিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে দলং নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰৰ অকৰ্মণ্যতাৰ বাবে আজি কোপতি দলংখনৰ এটি খুটাও সম্পূৰ্ণ কৰিব নোৱাৰিলে৷ইতিমধ্যে বিগত বানৰ সময়ত নৈৰ প্ৰৱল সোতে পূৰ্বৰ জৰাজীৰ্ণ কাঠৰ দলংখন সম্পূৰ্ণ ৰূপে উটুৱাই নিয়ে৷ফলত ৰাইজে এতিয়া এদাল তামোল গছৰে নিৰ্মিত সাকোৰে যাতায়ত অব্যাহত ৰাখিব লগা হৈছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गोठड़ा बांध के सृदृढ़ीकरण कार्य की जाँच के लिए चार सदस्यीय कमेटी गठित
जल संसाधन विभाग ने गोठड़ा बांध के सुदृढ़ीकरण कार्य की जांच के लिए द्वारा 4 सदस्यीय जांच कमेटी गठित...
જેતપુરમાં ઘોડા ઉપર સ્ટંટ કરતો યુવકનો વિડીયો વાયરલ | SatyaNirbhay News Channel
જેતપુરમાં ઘોડા ઉપર સ્ટંટ કરતો યુવકનો વિડીયો વાયરલ | SatyaNirbhay News Channel
डेंगू को लेकर बरते सावधानी:-सीएमएचओ बून्दी
बून्दी
फ़रीद खान
डेंगू को लेकर बरतें सावधानी :-डॉक्टर सामर
जिले भर में गतिविधियां जारी...
દિયોદર એડિશનલ સેસન્સ કોર્ટ નો મહત્વ નો ચુકાદો ...
દિયોદર એડિશનલ સેસન્સ કોર્ટ નો મહત્વ નો ચુકાદો ...