আধাৰশিলাৰ তিনিটা বছৰ অতিক্ৰম কৰাৰ পিচতো এটি খুটাও সম্পূৰ্ণ নহল ভৰালঁটোলাৰ পকী দলংৰ৷উল্লেখযোগ্য যে হাজো আৰু বৰক্ষেত্ৰী সমষ্টিৰ সীমান্তবৰ্তী বৰগাছা ভৰালটোলাৰ বৰলীয়া নৈৰ ওপৰত এখন পকী দলংৰ আধাৰশিলা বিগত ২০১৯ চনতে সেইসময়ৰ বিধায়ক নাৰায়ণ ডেকাই কৰিছিল৷মনকৰিবলগীয়া যে পূৰ্বৰ ভগ্ন কাঠৰ দলংখনৰ পৰা বছৰি বছৰি ৰাইজে দুৰ্ভোগ ভূগিব লগা হোৱাত তাৰ পৰা ৰাইজক পৰিত্ৰাণ দিয়াৰ অৰ্থে বিধায়ক গৰাকীয়ে পকী দলংখনৰ কাম আৰম্ভ কৰিছিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে দলং নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰৰ অকৰ্মণ্যতাৰ বাবে আজি কোপতি দলংখনৰ এটি খুটাও সম্পূৰ্ণ কৰিব নোৱাৰিলে৷ইতিমধ্যে বিগত বানৰ সময়ত নৈৰ প্ৰৱল সোতে পূৰ্বৰ জৰাজীৰ্ণ কাঠৰ দলংখন সম্পূৰ্ণ ৰূপে উটুৱাই নিয়ে৷ফলত ৰাইজে এতিয়া এদাল তামোল গছৰে নিৰ্মিত সাকোৰে যাতায়ত অব্যাহত ৰাখিব লগা হৈছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰাৰ হিংৰিজান আৰু ডোমৰ।দলং চাহ বাগিচাত শমিক আইন।কাৰ্য্যকৰী কৰাৰ দাবীত ধৰ্ণা শ্ৰমিকৰ।
চৰাইদেউ।জিলাৰ মাহমৰা ৰাজহচক্ৰ ৰ অন্তৰ্গত হিংৰিজান আৰু ডোমৰদলং চাহ বাগিচাত আজি মৰাণ শাখাৰ চাহমজদুৰ...
बीड मधून आता अनेक वाहनांचा ताफा मुंबईच्या दिशेने रवाना!
बीड मधून आता अनेक वाहनांचा ताफा मुंबईच्या दिशेने रवाना!
आत्महत्या करने जा रही युवती की Meta AI ने बचाई जान, पुलिस को तुरंत कर दिया अलर्ट
Meta AI ने एक 21 वर्षीय महिला को आत्महत्या करने से बचा लिया। यह मामला लखनऊ से सामने आ रहा है।...
কামৰূপ জিলাৰ গুণোৎসৱ-২০২২ৰ ফলাফলৰ পৰ্যালোচনা কৰিলে উপায়ুক্ত কীৰ্তি জল্লীয়ে
কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত আজি জিলাখনৰ গুণোৎসৱ-২০২২ৰ ফলাফলৰ...
વિશાળ કાય અજગર નુ લુણાવાડા ના સુલીયાટ ગામે રેસ્ક્યુ કરાયુ. જુઓ વૉઈઝ ઑફ મહીસાગર ન્યુઝ
વિશાળ કાય અજગર નુ લુણાવાડા ના સુલીયાટ ગામે રેસ્ક્યુ કરાયુ. જુઓ વૉઈઝ ઑફ મહીસાગર ન્યુઝ