চৰাইদেউ জিলাৰ লংপতীয়া জুটুলনি অঞ্চলৰ দুটা পৰিয়ালে বৌদ্ধ বিহাৰ চাবলৈ গৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য পদ ত্যাগ কৰাৰ খবৰ প্ৰকাশৰ পাছতে ৰহন শ্যাম গাৱঁৰ বৌদ্ধ সমাজে সোমবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰে। ৰহন শ্যাম গাৱঁৰ আনন্দ বৌদ্ধ বিহাৰত অনুষ্ঠিত হয় সংবাদমেল। সমগ্ৰ ঘটনা সন্দৰ্ভত আশ্বৰ্য প্ৰকাশ কৰাৰ লগতে এই বিষয়ত অধিক বিতৰ্কৰ মাজলৈ যাব বিচৰা নাই ৰহন শ্যাম গাৱঁৰ বৌদ্ধ সমাজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মক্কাৰ পৰা হজযাত্ৰীৰ ওভতনি যাত্ৰা আৰম্ভ
চৌদি আৰৱৰ চৰকাৰে দুবছৰৰ অন্তত এইবেলি কেতবোৰ বিশেষ নীতি - নিয়মৰ মাজেৰে বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ...
विद्यालय में पौधारोपण कर हरा भरा बनाने का लिया संकल्प।
नमाना क्षेत्र के गुवार विद्यालय में मंगलवार को विद्यालय परिसर में पौधारोपण कर...
Breaking News: चुनावी नतीजों से पहले Congress ने BJP पर लगाया विधायकों की खरीद-फरोख्त का आरोप
Breaking News: चुनावी नतीजों से पहले Congress ने BJP पर लगाया विधायकों की खरीद-फरोख्त का आरोप