গোলাঘাট শান্তিপুৰ চেণ্ট্ৰেল পাব্লিক স্কুলৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড l কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ l গোলাঘাট শান্তিপুৰ চেণ্ট্ৰেল পাব্লিক স্কুলৰ সমীপত সোমবাৰে অৰ্থাৎ আজি সন্ধিয়া ৬ মান বজাত চৈফুল হুচেইন নামৰ এজন লোকৰ গৃহত সংঘতিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড l কথমপি প্ৰাণ ৰক্ষা কৰে পৰিয়ালৰ লোকে যদিও ঘৰৰ আচবাব পুৰি শেষ হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে l স্থানীয় লোকৰ তৎপৰতাত পৰবৰ্তী সময়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় l