ৰহা নিবাসী তথা সাহিত্যিক,কবি,লেখক প্ৰবন্ধকাৰ লক্ষী প্ৰসাদ ডেকালৈ আগবঢ়োৱা হৈছে সাহিত্য বৈভৱ বঁটা ২০২৫

    নগাঁও স্থিত পেঞ্চনাৰ ভবনত অনুষ্ঠিত নগাঁও আৰু ভবানীপুৰৰ পৰা প্ৰকাশিত তিনিমহিয়া আলোচনী পোহৰৰ বৰ্ষপূৰ্তী অনুষ্ঠানত বিভিন্ন প্ৰান্তত অবদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ বঁটা প্ৰদান কৰাৰ লগতে সাহিত্যিক, কবি লেখক লক্ষী প্ৰসাদ ডেকা ক সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অবদানৰ বাবে সাহিত্য বৈভৱ বঁটা প্ৰদান কৰা হয়।