গোলাঘাট শান্তিপুৰ চেণ্ট্ৰেল পাব্লিক স্কুলৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড l কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ l গোলাঘাট শান্তিপুৰ চেণ্ট্ৰেল পাব্লিক স্কুলৰ সমীপত সোমবাৰে অৰ্থাৎ আজি সন্ধিয়া ৬ মান বজাত চৈফুল হুচেইন নামৰ এজন লোকৰ গৃহত সংঘতিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড l কথমপি প্ৰাণ ৰক্ষা কৰে পৰিয়ালৰ লোকে যদিও ঘৰৰ আচবাব পুৰি শেষ হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে l স্থানীয় লোকৰ তৎপৰতাত পৰবৰ্তী সময়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় l
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 | LOKSABHA SEATING | RAHUL से 19 सीट दूर PRIYANKA, AKHILESH-DIMPLE में कितना फासला? AT2
AAJTAK 2 | LOKSABHA SEATING | RAHUL से 19 सीट दूर PRIYANKA, AKHILESH-DIMPLE में कितना फासला? AT2
ইতিমধ্যেই আমি জংগি হৈ পৰিচো। মৰাণ জনগোষ্ঠীৰ লগতে ৬ জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান নকৰিলে আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হম। ডিৰাক মৰাণ ছাত্ৰ সন্থাৰ সা: সম্পাদক ৰিপুঞ্জয় মৰাণ।
মৰাণ জনগোষ্ঠীৰ লগতে ৬ জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান নকৰিলে আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হম।
Sehat Talk with Isha Bhatia Sanan, Ep. 06: How does a C-section or cesarean delivery take place?
Sehat Talk with Isha Bhatia Sanan, Ep. 06: How does a C-section or cesarean delivery take place?
সোণাৰি তিনিআলি দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠান
সোণাৰি তিনিআলি দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠান
Constipation Remedies: इन पत्तियों को चबाने से पा सकते हैं कब्ज की समस्या से काफी हद तक राहत
कब्ज एक ऐसी समस्या है जो आपका रूटीन डिस्टर्ब कर सकती है। पेट साफ न होने से दिनभर अनकंफर्टेबल सा...