বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম প্ৰধান উৎসৱটো হ'ল বৰ্ষাবাস প্ৰবাৰণা তিথি। তিনিমাহ জুৰি বিভিন্ন ৰীতি নীতিৰে শাওণ মাহৰ পুৰ্ণিমাৰ তিথিৰপৰা লক্ষ্মী পুৰ্ণিমালৈকে জীৱন যাপন কৰাৰ অন্তত লক্ষ্মী পুৰ্ণিমাত সামৰণি পৰে বৰ্ষাবাসৰ। উল্লেখ্য যে এই তিনি মাহ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ মাহ। এই সময়ছোৱাত তেওঁ লোকে নিজৰ মিতিৰ কুটুম্বৰ ঘৰলৈ অহা যোৱা নকৰে, বিয়া-সকাম আদি নাপাতে।পৰাপক্ষত বৌদ্ধ ধৰ্মৰ মূল নীতিৰ অষ্টশীল ধাৰণ কৰি উপবাসে থাকিবলৈ চেষ্টা কৰে সকলোৱে। এই বৰ্ষাবাস প্ৰবাৰণা তিথিৰ সামৰণিত বৌদ্ধ বিহাৰত ভিক্ষুৰপৰা আশীষ লৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে আকাশ বন্তি বৌদ্ধ সকলৰ ভাষাত ফুং-ফাই উৰোৱাই অপায় অমংগল দূৰ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। অসমৰ বিভিন্ন প্ৰান্তত থকা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ লগতে চৰাইদেউ জিলাৰ চলাপথাৰ আদি বৌদ্ধ বিহাৰতো দেওবাৰে বৰ্ষাবাস প্ৰবাৰণা তিথিৰ সামৰণি মাৰে গাওঁবাসীয়ে। গাওঁবাসীৰ এটাই আশা যাতে এই তিথিয়ে জনসাধাৰণৰ অপায় অমংগল দূৰ কৰি এক শান্তিৰ বাতাবৰণ সমাজত প্ৰতিষ্ঠা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાત નેશનલ લો યુનિવર્સીટી ખાતેથી તા.૧૩મી ઓગસ્ટે સ્કૂલ ઓફ ડ્રોન વિદ્યાશાખાનો શુભારંભ
સમગ્ર દેશમાં ‘કૌશલ્યા- ધ સ્કિલ યુનિવર્સિટી’ ડાયરેક્ટર જનરલ સિવિલ એવિએશન અધિકૃત...
15 ઓગસ્ટ પછી લાખો ત્રિરંગા ઝંડાનું શું થશે? દિલ્હી સરકારે બનાવ્યો આ ખાસ પ્લાન
દેશની આઝાદીના 75 વર્ષ પૂર્ણ થવા પર ભારતમાં સ્વતંત્રતા દિવસની ધામધૂમથી ઉજવણી કરવામાં આવી રહી છે....
મતદાનના દિવસે રજા અને વેતન ના હકદાર
*મતદાર કોઇ પણ વ્યાપાર, ધંધા, ઔદ્યોગિક એકમ નોકરી કરતા હોય સવેતન રજાના હક્કદાર*
૦૦૦
રોજમદાર કે...
તંત્ર કોઈ જાનહાનિ થાય તેની રાહ જોઈને બેઠું..
તંત્ર કોઈ જાનહાનિ થાય તેની રાહ જોઈને બેઠું..