ভৰপুৰ প্ৰাকৃতিক উপাদানৰে পৰিপূৰ্ণ এখন মনোৰম ঠাই । যেন এক স্বৰ্গপুৰীহে । চাৰিওফালে পাহাৰ আৰু অৰণ্য । মাজত খৰশ্ৰোতা বিশাল জলধাৰ । শিলত ঠেকাখোৱা পানীৰ গুঞ্জন চঞ্চল বতাহত। পাহাৰত ঠেকা খাই বতাহেও তুলিছে সুৰৰ লহৰ । যাৰ পৰিচয় লংচু কাংথু ই'ক টুৰিজীম পাৰ্ক। লংনিট, সিংহাসন, কাৰ্বিআংলং । কোলাহল মুক্ত সুন্দৰ পৰিবেশ । যত আপুনি পাব মনৰ গভীৰ প্ৰশান্তি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અર્હમ યુવા - સેવા ગ્રુપ દ્વારા 13,500 થી વધુ મોતીચૂરના લાડુનું વિતરણ કરવામાં આવ્યું
અર્હમ યુવા - સેવા ગ્રુપ દ્વારા 13,500 થી વધુ મોતીચૂરના લાડુનું વિતરણ કરવામાં આવ્યું
केशोरायपाटन में हर घर तिरंगा अभियान को लेकर निकाली तिरंगा वाहन रैली, पुष्पवर्षा के साथ किया स्वागत
केशोरायपाटन में हर घर तिरंगा अभियान को लेकर निकाली तिरंगा वाहन रैली, पुष्पवर्षा के साथ किया स्वागत
Upcoming Kia Cars: इस साल भारत में Kia ला सकती है तीन नई कार, EV भी होगी पेश, जानें डिटेल
साउथ कोरियाई वाहन निर्माता Kia भारत में एमपीवी और एसयूवी सेगमेंट में अपने उत्पादों की बिक्री...
অসম লোক সেৱা আয়োগৰ পৰীক্ষাত গৰৈমাৰীৰ অনামিকা মহন্তৰ সফলতা
অসম লোক সেৱা আয়োগৰ পৰীক্ষাত
APS পদত দ্বাদশ স্থান লাভ কৰি গৌৰৱ কঢ়িয়ায আনিবলৈ সক্ষম হয়।...