উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বিশেষ কাৰ্যসূচী হিচাপে কালি 'NEP 2020- Roadmap in enriching the teaching learning process with online resources' বিষয়ৰ ওপৰত এখনি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অস্থায়ী প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় কলিয়াবৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° বীৰেন্দাৰ পালে। স্মৰ্তব্য যে গ্ৰন্থাগাৰিক গৰাকীয়ে সমগ্র অসমজুৰি বিভিন্ন শিক্ষানুষ্ঠানত গ্ৰন্থাগাৰ, গ্ৰন্থ, ই-ৰিচ'ৰচেজ আদিৰ সজাগতা সৃষ্টিত কাম কৰি অহাৰ উপৰি গৱেষণা ক্ষেত্ৰটো যথেষ্ট অৰিহণা আগবঢ়াইছে। অন্যহাতে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ অন্তৰ্গত ICT ৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট কাম কৰি আহিছে। অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ সমূহ শিক্ষক- কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આદિવાસી ખેડ સત્યાગ્રહ કિસાન રેલી યોજાઇ
#buletinindia #gujarat #valsad
US Market Downfall Reason | Ashish Verma के साथ Trading सत्र में जानें क्या है राय | CNBC Awaaz
US Market Downfall Reason | Ashish Verma के साथ Trading सत्र में जानें क्या है राय | CNBC Awaaz
कुरुंदा बसस्थानक जवळ दुचाकीचा अपघात दोन जण गंभीर जखमी
कुरुंदा बसस्थानक जवळ दुचाकीचा अपघात दोन जण गंभीर जखमी
वसमत तालुक्यातील कुरुंदा परिसरात...
बिना आपको पता लगे अपना शिकार बना सकती है Social Anxiety, इन लक्षणों से करें इसकी पहचान
इन दिनों लोग कई तरह की शारीरिक और मानसिक समस्याओं का सामना कर रहे हैं। तेजी से बदलती लाइफस्टाइल...
जयपुर से बड़ी खबर, बारिश के चलते जर्जर मकान में फंसे लोग
राजधानी जयपुर में बारिश का दौर जारी है। कल पूरे दिन बारिश की झड़ी लगी रही। इसके बाद आज रातभर...