যোৱা নিশা হোৱা বৰষুনৰ পিচত মৰোৱা কমলপুৰ পথত বিধস্ত হোৱা কালভাৰ্টৰ কাষত নিৰ্মিত উপপথত এখন ওৱেগনাৰ গাড়ী দুৰ্ঘটনা গ্ৰস্ত হৈ উপপথটো সম্পূৰ্ণ বন্ধ হৈ পৰে৷যাৰ ফলত এজনী ৰোগাক্ৰান্ত কিশোৰী কঢ়িয়াই অনা ১০৮ এম্বুলেন্স উভতি যাৱ লগা হয়৷উল্লেখ্য যে বিগত প্ৰলয়ংকৰী বানে সম্পূৰ্ণ ৰূপে উটুৱাই নিয়া কালভাৰ্টৰ কাষৰে এটি উপপথ বনাই ৰাইজৰ যোগাযোগ সুচল কৰিছিল যদিও উক্ত উপপথটো কোনো কাৰনতে যাতায়তৰ বাবে মসৃণ নহয়৷ইতিমধ্যে উক্ত পথটোত পূৰ্বেও দুই তিনিখন গাড়ী দুৰ্ঘটনা গ্ৰস্ত হৈ যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ পৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
"স্বচ্ছ সর্বেক্ষণ ২০২২" জিলিকিল ডুমডুমা নগৰ
"স্বচ্ছ সর্বেক্ষণ ২০২২" জিলিকিল ডুমডুমা নগৰ
૭ ડિસેમ્બર ૨૦૨૨ ના રોજ મણિનગર ખાતે BRTS બસમાં લાગેલી આગની ઘટના ના અન્ય વીડિઓ સામે આવ્યા જુઓ.
૭ ડિસેમ્બર ૨૦૨૨ ના રોજ મણિનગર ખાતે BRTS બસમાં લાગેલી આગની ઘટના ના અન્ય વીડિઓ સામે આવ્યા જુઓ.
Election 2024: Uddhav Thackeray ने Nitin Gadkari को दिया खुला ऑफर, क्या BJP का साथ छोड़ देंगे?
Election 2024: Uddhav Thackeray ने Nitin Gadkari को दिया खुला ऑफर, क्या BJP का साथ छोड़ देंगे?
chandrayaan- 3 : बड़ा इम्तिहान, चांद पर हिंदुस्तान, इतिहास रचेगा 'चंद्रयान-3' | ABP GANGA
chandrayaan- 3 : बड़ा इम्तिहान, चांद पर हिंदुस्तान, इतिहास रचेगा 'चंद्रयान-3' | ABP GANGA