যোৱা নিশা হোৱা বৰষুনৰ পিচত মৰোৱা কমলপুৰ পথত বিধস্ত হোৱা কালভাৰ্টৰ কাষত নিৰ্মিত উপপথত এখন ওৱেগনাৰ গাড়ী দুৰ্ঘটনা গ্ৰস্ত হৈ উপপথটো সম্পূৰ্ণ বন্ধ হৈ পৰে৷যাৰ ফলত এজনী ৰোগাক্ৰান্ত কিশোৰী কঢ়িয়াই অনা ১০৮ এম্বুলেন্স উভতি যাৱ লগা হয়৷উল্লেখ্য যে বিগত প্ৰলয়ংকৰী বানে সম্পূৰ্ণ ৰূপে উটুৱাই নিয়া কালভাৰ্টৰ কাষৰে এটি উপপথ বনাই ৰাইজৰ যোগাযোগ সুচল কৰিছিল যদিও উক্ত উপপথটো কোনো কাৰনতে যাতায়তৰ বাবে মসৃণ নহয়৷ইতিমধ্যে উক্ত পথটোত পূৰ্বেও দুই তিনিখন গাড়ী দুৰ্ঘটনা গ্ৰস্ত হৈ যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ পৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લલનાઓ બોલાવી દેહવ્યાપાર કરાવતી થાઈલેન્ડની મહિલાની ક્રાઈમ બ્રાંચે ધરપકડ
થાઈલેન્ડ થી સુરત આવી શહેરના પોશ વિસ્તાર ગણાતા વેસુ ખાતે સ્પાની આડમાં મસાજ પાર્લરમાં લલનાઓ બોલાવી...
28 अगस्त तक प्रति शनिवार और रविवार को रद्द
की गयी अहमदाबाद मंडल की ट्रेने बहाल
पश्चिम रेलवे द्वारा अहमदाबाद मंडल की पारिचालनिक कारणों से कुछ ट्रेनों को 28 अगस्त 2022 तक...
PM Anthony Albanese ने Rishi Sunak को दिया करारा जवाब, Jonny Bairstow के रन आउट पर दिया ऑस्ट्रेलिया का साथ
PM Anthony Albanese Respond on Rishi Sunak Tweet Ashes 2023। इंग्लैंड और...
পলাশবাৰীৰ বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ জনসভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য
🔴 বিশ্বৰ অন্য কোনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে তুলনা নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰঃ কেন্দ্ৰীয়...