নাজিৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মেজেঙা বৰখোৱা গাঁওৰ নিবাসী মুক্তিযুদ্ধা পেঞ্চনাৰ যদুনাথ বৰুৱাৰ ৯৬ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যুত ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত সম্পন্ন কৰে । শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে মুক্তিযুদ্ধা গৰাকীৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে ।