দৰঙৰ নামখলা গাও পঞ্চায়তৰ অন্তৰ্গত আঠিয়াবাৰী মধ্য ইংৰাজী বিদ্যালয়ত মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী সভা এখন আজি অনুষ্ঠিত হয় ৷ নামখলা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৱন কুমাৰ ঝাই । নামখলা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সম্পাদক শান্তিৰঞ্জন শইকীয়া আৰু যুটীয়া সম্পাদক মুকুটমনি শইকীয়াই আঁতধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে কেন্দ্ৰৰ সভাপতি মহেন্দ্ৰ নাথ শৰ্মাই । নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি ভাষন প্ৰদান কৰে দলগাওঁ শিক্ষক সন্মিলনীৰ সভাপতি মাহবুব ৰহমান খলিফাই। মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌজন্যত বিভিন্ন সময়ত ৰূপায়িত বান সাহায্য, ক’ভিদ দুৰ্যোগৰ সাহায্য আদি জনকল্যাণমুলক সেৱাত অৰিহণা আগবঢ়োৱা প্ৰায় ৪৪ গৰাকী শিক্ষকক সন্মিলনীৰ তৰফৰ পৰা প্ৰশংসা প্ৰত্ৰ প্ৰদান কৰা হয় ৷ শলাগৰ শৰাই আগবঢ়াই আঠিয়াবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিমলা হাজৰিকাই।ন্ন
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છાયા ગામે સસલા પકડવાની ના પાડતા સગીર પર ચાર શખ્સોનો હુમલો
છાયા ગામે સસલા પકડવાની ના પાડતા સગીર પર ચાર શખ્સોનો હુમલો
Doll House: Pakistan में ऐसा डॉल हाउस जो 25 से 36 हज़ार रुपये में बिकता है (BBC Hindi)
Doll House: Pakistan में ऐसा डॉल हाउस जो 25 से 36 हज़ार रुपये में बिकता है (BBC Hindi)
Xiaomi Pad 6S Pro: Snapdragon 8 Gen 2 चिपसेट से लैस होगा शाओमी का फ्लैगशिप टैबलेट, इस दिन होगा लॉन्च
शाओमी अपने ग्राहकों के लिए नया फ्लैगशिप टैबलेट लॉन्च करने जा रहा है। कंपनी ने Xiaomi Pad 6S Pro...
अगले 120 मिनट में राजस्थान के इन जिले में होगी भारी बारिश! IMD ने डबल Alert किया जारी
राजस्थान में बारिश का दौर जारी है। मौसम केन्द्र ने मंगलवार को पूर्वी राजस्थान के अनेक भागों में...