দৰঙৰ নামখলা গাও পঞ্চায়তৰ অন্তৰ্গত আঠিয়াবাৰী মধ্য ইংৰাজী বিদ্যালয়ত মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী সভা এখন আজি অনুষ্ঠিত হয় ৷ নামখলা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৱন কুমাৰ ঝাই । নামখলা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সম্পাদক শান্তিৰঞ্জন শইকীয়া আৰু যুটীয়া সম্পাদক মুকুটমনি শইকীয়াই আঁতধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে কেন্দ্ৰৰ সভাপতি মহেন্দ্ৰ নাথ শৰ্মাই । নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি ভাষন প্ৰদান কৰে দলগাওঁ শিক্ষক সন্মিলনীৰ সভাপতি মাহবুব ৰহমান খলিফাই। মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌজন্যত বিভিন্ন সময়ত ৰূপায়িত বান সাহায্য, ক’ভিদ দুৰ্যোগৰ সাহায্য আদি জনকল্যাণমুলক সেৱাত অৰিহণা আগবঢ়োৱা প্ৰায় ৪৪ গৰাকী শিক্ষকক সন্মিলনীৰ তৰফৰ পৰা প্ৰশংসা প্ৰত্ৰ প্ৰদান কৰা হয় ৷ শলাগৰ শৰাই আগবঢ়াই আঠিয়াবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিমলা হাজৰিকাই।ন্ন
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জামুগুৰি পৌৰসভা আৰু তেজপুৰ ERCৰ উদ্যোগ
জামুগুৰিহাটৰ বাপুজী ভৱনত প্ৰাথমিক চকু চিকিৎসা শিৱিৰ সম্পন্ন
#পুৱা শিৱিৰটোৰ শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷#শিৱিৰটোৰ জৰিয়তে বিনামুলীয়াকৈ...
शिवरात्रि के दिन निकाली जा रही कलश यात्रा में करंट फैलने के झुलसे बच्चों में से एक और बच्चे की मौत हो गई। 10 साल का समीर नायक पिछले 7 दिन से जयपुर SMS हॉस्पिटल में भर्ती था। देर रात उसकी इलाज के दौरान मौत हो गई।
कोटा के सकतपुरा इलाके में शिवरात्रि के दिन निकाली जा रही कलश यात्रा में करंट फैलने के झुलसे...
ગોધરા : પાંચ દિવસોના આતિથ્ય બાદ ઉલ્લાસભર્યા માહૌલમાં શ્રીજી પ્રતિમાઓનું વિસર્જન કરાયું..!!
ગોધરા : પાંચ દિવસોના આતિથ્ય બાદ ઉલ્લાસભર્યા માહૌલમાં શ્રીજી પ્રતિમાઓનું વિસર્જન કરાયું..!!...
অসম আৰক্ষীৰ বৃহৎ সফলতা; ১৫ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ
মঙলবাৰে অসম আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। আৰক্ষীৰ অভিযানকাৰী এটা দলে কাৰ্বি আংলঙৰ পৰা...
How to Fix Bad Posture | 15 min Yoga Sequence | YogBela
How to Fix Bad Posture | 15 min Yoga Sequence | YogBela