ডিব্ৰুগড় জিলাৰ বামুণবাৰী আৰক্ষীয়ে স্বাধীনতা দিৱসৰ পূৰ্বে অবৈধ চুল্লাইৰ বিৰুদ্ধে অভিযান ছলায । আজি বামুনবাৰী আৰক্ষী চৌকিৰ অন্তৰ্গত ঠেংগাল গাঁৱত অভিযান ছলায । আৰক্ষী চৌকিৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ গাযনৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে ঠেংগাল গাঁৱৰ কুম্ভেশ্বৰ তামুলীৰ ঘৰত অভিযান চলাই প্ৰস্তুত চুলাই আৰু চুলাই তৈয়াৰ কৰাৰ সামগ্ৰী নছট কৰে। শ্ৰী গাইঙে গাওঁখনৰ আন ঠাইতো অভিযান ছলায় যদিও চুলাই নাপায়। অভিযানৰ সময়ত, আৰক্ষীয়ে চুলাইৰ ব্যৱসায় কৰি থকা লোকসকলক সতৰ্ক কৰি দিয়ে যাতে তেওঁলোকে পুনৰ এনে অবৈধ ব্যৱসায় নকৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিহুক অপমান কৰাৰ প্ৰতিক্ৰিয়া মাজুলীত
আজি কিছু দিনৰ পূৰ্বে দেশৰ ৰাজধানী নতুন দিল্লীৰ বিমান বন্দৰত মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সন্মুখত...
টিংখাঙৰ খোৱাং কলৌলোৱা সোনোৱাল গাঁৱত বনৰীয়া ম'হৰ উপদ্ৰপ: তহিলং কৰিছে শ শ বিঘাই শস্যৰ পথাৰ
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কলৌলোৱা সোনোৱাল গাঁৱত কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰিছে এজাক বনৰীয়া ম'হে ৷...
લખતરના વિઠલગઢ ગામે ત્રણ ધારાસભ્યની આગેવાનીમાં માલધારી સંમેલન યોજાયું
લખતરના વિઠલગઢ ગામે ત્રણ ધારાસભ્યની આગેવાનીમાં માલધારી સંમેલન યોજાયું
અમરેલીના રાજુલા તાલુકાના માંડળ ગામ નજીક ખાનગી ટ્રાવેલ્સ બસ રોડ પરથી નીચે ઉતારી
અમરેલીના રાજુલા તાલુકાના માંડળ ગામ નજીક ખાનગી ટ્રાવેલ્સ બસ રોડ પરથી નીચે ઉતારી
ભાભર ના નેસડા પાસે કાર અને ટ્રક વચ્ચે અકસ્માત કાર ચાલક નું મોત...
ભાભર ના નેસડા પાસે કાર અને ટ્રક વચ્ચે અકસ્માત કાર ચાલક નું મોત...