◼️তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

◼️তেজস্বিতাৰ গৃহত কান্দোনৰ ৰুল 

◼️তেজস্বিতাৰ বাসগৃহত এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে ।

◼️বিজেপি চৰকাৰে কোটি টকা খৰচ কৰি কাৰ্যলয় আৰু 40/50 খন গাড়ী উপহাৰ দিছে কিন্তু মাজুলীলৈ এম্বুলেন্স দিব নোৱাৰিলে । 

◼️আৰোগ্য নিধিৰ নামত , মুখ্যমন্ত্ৰীৰ পুঁজিৰ নামত ৰাইজৰ পৰা কোটি কোটি সাহায্য ললে কিন্তু অক্সিজেন নোহোৱাৰ বাবে এগৰাকী ৰোগীৰ মৃত্যু হোৱাটো দুৰ্ভাগ্যজনক ।