ৰাজ্যৰ স্বাস্থ্য খণ্ডত উন্নয়নৰ ঢাক-ঢোল বজাই থকা সময়তে পোহৰলৈ আহিছে উন্নয়নৰ ফোঁপোলা স্বৰূপ। চৰাইদেউ জিলা জিলা চিকিৎসালয়ৰ আন্তঃগাথঁনিৰ অভাৱ হোৱা হেতুকে সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ। সোণাৰিৰ ৰজাপুখুৰীস্থিত চিকিৎসালয়খনত চিকিৎসকৰ অভাৱ তথা ৰোগীৰ ৰোগ পৰীক্ষাৰ বাবে নাই প্ৰয়োজনীয় যন্ত্ৰপাতি। চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি চিটি স্কেন, আই চি ইউ, ব্লাড বেংক, এম আৰ আই আদিৰ সুবিধা নোহোৱাকৈয়ে চলি আছে জিলা চিকিৎসালয়। যাৰ ফলত ৰোগীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় সাধাৰণতে। মন কৰিবলগীয়া যে, বিগত ক'ভিডকালীন সময়তে চৰাইদেউ অসামৰিক চিকিৎসালয়ত আই চি ইউৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছিল যদিও আজিলৈকে আইচিইউ কক্ষ মুকলি কৰিব পৰা নগ'ল চিকিৎসালয়খনত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Election 2024: पति Akhilesh और चाचा Shivpal की मौजूदगी में Dimple Yadav ने Mainpuri से भरा नामांकन
Election 2024: पति Akhilesh और चाचा Shivpal की मौजूदगी में Dimple Yadav ने Mainpuri से भरा नामांकन
ડીસાના તબીબે એક મહિલાના પિત્તાશયમાંથી પથરીઓનુ કરાયું સફળ ઓપરેશન
બનાસકાંઠા જિલ્લાના ડીસા તાલુકાના ખેરડા ગામમાં રહેતી સીતાબેન વહતાભાઈ જાદવ નામની 50...
पातूर तालुक्यातील पिंपरडोळी गावात शॉट सर्किट लागण्याने आग,25पोते सोयाबीन गहू टीव्ही फ्रीज जाळून खाक
पातूर तालुक्यातील पिंपरडोळी गावात शॉट सर्किट लागण्याने आग,25पोते सोयाबीन गहू टीव्ही फ्रीज जाळून खाक
प्रभास को जोकर कहने पर अरशद पर भड़के कल्कि डायरेक्टर:नाग अश्विन बोले- बोलने से पहले शब्दों पर ध्यान देना चाहिए
हाल ही में अरशद वारसी ने एक इंटरव्यू में साउथ सुपरस्टार प्रभास की फिल्म ‘कल्कि’ को...