সোণালী সূতা উৎপাদনকাৰী মুগা অসমৰ একচেটিয়া সম্পদ। বৰ্তমান বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে মুগাৰ চাহিদা। তেনে সময়তে টিংখাঙৰ এখন গাঁৱত শতাধিক পৰিয়ালে এৰি আৰু নুনি পলু পালনেৰে সোনসেৰীয়া জীৱনৰ সপোন ৰচিছে । টিংখাঙৰ বগৰিগুৰি বৰবাম গাঁৱৰ মহিলাসকলে এৰি পলু আৰু নুনি পলু পালনেৰে নিদৰ্শন দাঙি ধৰিছে। গাঁওখনৰ এইসকল মহিলাই নিজে স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে । নিজৰ ঘৰৰ বাৰীত কেছেৰো, এৰেনা, নুনি গছ ৰোপণ কৰি পালন কৰি আহিছে এনেধৰনৰ পলু পালন । বগৰিগুৰি বৰবাম গাঁৱৰ ১৫৩ টা পৰিয়ালৰ ভিতৰত শতাধিক পৰিয়ালে এৰি পলু পালন কৰে । ইফালে একাংশ মহিলাই নুনি পলু পালন কৰি পাতৰ সুতা প্ৰস্তুত কৰাৰ লগতে পাতৰ কাপোৰো তৈয়াৰ কৰে । এৰি কাপোৰ অথৱা পাটৰ কাপোৰৰ আদৰ বিশ্বসমাদিত । এনে কাপোৰৰ সুতা নিজ ঘৰতে উৎপাদন কৰে মহিলাসকলে । পলু লেটা খাদ্যৰ বাবে বিক্ৰি কৰি প্ৰতিগৰাকী মহিলাই লক্ষ্যধিক টকা উপাৰ্জন কৰি আহিছে । পলু লেটা বিক্ৰিৰ বাবে সমস্যা সৃষ্টি হোৱা নাই মহিলাসকলৰ । পলু অথৱা পলু লেটা বিচাৰি বিভিন্ন ঠাইৰ পৰা বেপাৰী আহে গাঁওখনলৈ । একাংশ মহিলাই গোট আকাৰে একত্ৰিত হৈ পলু পালন কৰিছে আন কোনোবাই আকৌ ব্যক্তিগত ভাৱে কৰিছে পলু পালন । মহিলাসকলৰ এই কৰ্মক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৰেচম বিভাগ । যুৱ প্ৰজন্মই কর্মসংস্থাপন বিচাৰি হাবাথুৰি খােৱাৰ সময়তে এৰি পলু পালন, নুনি পলু পালনেৰে গাঁওখনৰ মহিলাসকলে দেখুওৱাই প্ৰচুৰ সম্ভাৱনা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম-অৰুনাচল সীমান্তৰ বিবাদমান ভূমি সমাধানৰ দিশে, চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা সীমান্তত বসবাস কৰা জনতাৰ
অসম-অৰুনাচল সীমান্তৰ বিবাদমান ভূমি সমাধানৰ দিশে, চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা সীমান্তত বসবাস কৰা...
Santosh Bangar यांचं चॅलेंज, 'गाडीवर हल्ला करणाऱ्यांचे एक घाव दोन तुकडे' | Santosh Bangar Car Halla
Santosh Bangar यांचं चॅलेंज, 'गाडीवर हल्ला करणाऱ्यांचे एक घाव दोन तुकडे' | Santosh Bangar Car Halla
ভূটানৰ পৰা নামি অহা পানীয়ে উটুৱাই নিলে চাৰিচকীয়া বাহন।
ভূটানৰ পৰা নামি অহা পানীয়ে উটুৱাই নিলে চাৰিচকীয়া বাহন।চিৰাঙৰ আই নদীৰ বাঢ়নী পানীৰ ভয়ংকৰ তাণ্ডৱ।
AAP ENTRY IN LOKSABHA: लोकसभा में हुई Kejriwal की AAP की धांसू एंट्री! ।DilliTak।
AAP ENTRY IN LOKSABHA: लोकसभा में हुई Kejriwal की AAP की धांसू एंट्री! ।DilliTak।
ભરણ પોસણ ના ચૂકવનાર 3 પતિદેવો ને મહુધા કોર્ટ ફટકારી સજા
ભરણ પોષણ ન ચૂકવનાર પતિઓ ને મહુધા કોર્ટ કરેલ સજા.
ખેડા જિલ્લાના ના મહુધા તાલુકા ની ગામ અલીણા ની...