ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তটাৰকুছিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। তেজপুৰৰ অসম ভেলী একাডেমীৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰী বিপুল দাস নামৰ এগৰাকীক খুন্দিয়াই জিৰণি ঘৰত খুন্দা মাৰে BMW বাহনে। তেজপুৰৰ অসম ভেলী একাডেমীত নাম ভৰ্তিৰ বাবে গৈছিল BMWবাহনত শিশু সহ ৫গৰাকী যাত্ৰী। এই দুৰ্ঘটনাৰ ফলত বঙাইগাঁওৰ চন্দন কুমাৰ শৰ্মা (৩১),ফ্ৰেডি ব্ৰহ্ম(৬),লজিক ব্ৰহ্ম,চাহিল ব্ৰহ্ম (১২),সুশান্ত বসুমতাৰী(৩৫)গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
"যেতিয়া লৈকে আঙুৰলতাক গ্ৰেপ্তাৰ নকৰে তেতিয়া লৈকে সামাজিক মাধ্যমত উৰিব কলা পতাকা": টাইপা
ছ'ছিয়েল মেডিয়াত ক'লা পতাকা প্ৰদৰ্শন কৰি আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদ । বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী...
ઉના : શિવ મહાપુરાણ કથાનું આયોજન | SatyaNirbhay News Channel
ઉના : શિવ મહાપુરાણ કથાનું આયોજન | SatyaNirbhay News Channel
मध्यप्रदेश में आफत की बारिश ओलावृष्टि रहेगी जारी, आज फिर होगी भारी बारिश ओलावृष्टि
MP Whether Forecast:- मध्यप्रदेश के कई जिलों में तेज बारिश ओलावृष्टि का कहर जारी, बारिश ओलावृष्टि...