ছ'ছিয়েল মেডিয়াত ক'লা পতাকা প্ৰদৰ্শন কৰি আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদ । বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ সকলো কৰ্মকৰ্তাই ছ'ছিয়েল মেডিয়াত নিজৰ নিজৰ প্ৰফাইলত ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ নেতা উত্তম দিহিঙীয়াই স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপ্ৰদী মূৰ্মুক অপমান কৰাৰ প্ৰতিবাদত ব্ৰটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আহোম জনগোষ্ঠীক মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উঠিছিল আঙুৰলতা ডেকাৰ বিৰুদ্ধে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS| हिंदवी सूर्य महाराणा प्रतापसिंह यांना पुण्यतिथी निमित्त वैजापुरात अभिवादन
MCN NEWS| हिंदवी सूर्य महाराणा प्रतापसिंह यांना पुण्यतिथी निमित्त वैजापुरात अभिवादन
વડાપ્રધાન મોદીની કચ્છ મુલાકાત પહેલા બનાવ્યો રેકોર્ડ , 2782 તુલસીના છોડમાંથી કમળ બનાવીને રેકોર્ડ બનાવ્યો
વડાપ્રધાન મોદી રવિવારે કચ્છને 3 હજાર કરોડથી વધુના વિકાસ કામોની ભેટ આપવાના છે. આ સાથે જ નરેન્દ્ર...
মৰাণ নগৰৰ মাজমজিয়াত ।স্বামীৰ দা -ৰ ঘাপত ধৰাসায়ী পত্মী।
মৰাণ নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা । ৰিভেলি নামৰ হোটেল (Reveille)ত কৰ্মৰত মহিলা কৰ্মচাৰীক...
ಬಜೆಟ್ ನಲ್ಲಿ ಅನುದಾನ ನೀಡಬೇಕೆಂದು ಒತ್ತಾಯ: ಕಸಾಪ ಸಭೆಯಲ್ಲಿ ಸಿಎಂ ಗೆ ಮನವಿ ಸಲ್ಲಿಸಲು ನಿರ್ಧಾರ
ಮಂಡ್ಯದಲ್ಲಿ ನಡೆಯಲಿರುವ ೮೭ ನೇ "ಅಖಿಲ ಭಾರತ ಕನ್ನಡ ಸಾಹಿತ್ಯ ಸಮ್ಮೇಳನ"ಕ್ಕೆ ಮುಂದಿನ ಬಜೆಟ್ ನಲ್ಲಿ ಅನುದಾನ...