ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তটাৰকুছিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। তেজপুৰৰ অসম ভেলী একাডেমীৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰী বিপুল দাস নামৰ এগৰাকীক খুন্দিয়াই জিৰণি ঘৰত খুন্দা মাৰে BMW বাহনে। তেজপুৰৰ অসম ভেলী একাডেমীত নাম ভৰ্তিৰ বাবে গৈছিল BMWবাহনত শিশু সহ ৫গৰাকী যাত্ৰী। এই দুৰ্ঘটনাৰ ফলত বঙাইগাঁওৰ চন্দন কুমাৰ শৰ্মা (৩১),ফ্ৰেডি ব্ৰহ্ম(৬),লজিক ব্ৰহ্ম,চাহিল ব্ৰহ্ম (১২),সুশান্ত বসুমতাৰী(৩৫)গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છત્રાલા ગામની બનાસ નદીમાં આધેડ ડુબાયા...
છત્રાલા ગામની બનાસ નદીમાં આધેડ ડુબાયા...
বাৰপূজীয়াত প্ৰাক্তন সৈনিক সংঘৰ ৭৬সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন।
ৰহা সমীপবৰ্তী বাৰপূজীয়াত বাৰপূজীয়া আঞ্চলিক প্ৰাক্তন সৈনিক সংঘৰ সৌজন্যত বাৰপূজীয়া ডাকঘৰৰ সন্মুখত...
તળાજાના લોકસાહિત્યકાર રમણીકભાઈ ધાંધલ્યાના સ્વરે ‘હનુમાન ચાલીસા’ રિલીઝ: શૌર્ય રસનો અદભૂત સંગમ
હનુમાન જયંતિના પવિત્ર અવસરે ભાવનગર જિલ્લાના તળાજા તાલુકાના જાણીતા અને લોકપ્રિય લોકસાહિત્યકાર...
નડિયાદ તાલુકાના મંજિપુરા તાબે જલારામ સોસાયટી માં સંપૂર્ણ નવરાત્રી નો પ્રોગ્રામ આનંદ અને ઉત્સાહ થી ઉજવાયો
નડિયાદ તાલુકાના મંજીપુરા ગામના તાબામાં આવેલ જલારામનગર સોસાયટીમાં નવરાત્રીનો તહેવાર ખૂબ જ આનંદ...
Bollywood's comedian Raju Srivastava passed away.
Bollywood's comedian Raju Srivastava passed away.