মৰাণত সঘনাই উদ্ধাৰ হৈছে ৰে'ল খুন্দাত মৃত্যু হোৱা ব্যক্তি মৃতদেহ। বুজা আনন্দৰ মাজতেই মৰাণৰ চেপনত ৰে'ল খুন্দাত মৃত্যু হৈছিল এজন যুৱক। সেই ঘটনা উত্তেজনা মাৰ নেজাওতেই আজি পুনৰ মৰাণত উদ্ধাৰ হল অচিনাক্ত ব্যক্তিৰ মৃতদেহ। মৰাণ আৰু চেপন ৰে'ল ষ্টেচনৰ মাজত ৰে'ল লাইনৰ কাষত মৃত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। অধ উলঙ্গ অৱস্থাত থকা মৃত ব্যক্তি জন পৰিচয় এতিয়াও লাভ কৰা নাই। বাতৰি কৰা সময় লৈকে কোন সময়ত এই ঘটনা সংঘটিত হল সেই বিষয়ে জানিব পৰা হোৱা নাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिक्रापूर चे तरुण वर्ग उत्साहात करताहेत रात्रीची गस्त
शिक्रापूर चे तरुण वर्ग उत्साहात करताहेत रात्रीची गस्त
আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা১৫৯সংখ্যক ওপজা দিন, অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ আহঁতগুৰি শাখাৰ চিত্ৰকলা,কবিতা আবৃতী প্ৰতিযোগিতা।কন কন শিশু সকলৰ কবিতা আবৃতী আৰু বক্তৃতাৰে আপ্লুত সকলো ।
১৪অক্টোবৰ ১৮৬৪ত ৰহাৰ সমীপবৰ্তী বৰ আহঁতগুৰি ত জন্ম লাভ কৰা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰ...
વલભીપુર પ્રગટેશ્વર મંદિર ખાતેથી શહેરમાં ભારતીય જનતા પાર્ટીના ઉમેદવાર શંભુનાથજી એ બાઈક રેલી યોજી
વલભીપુર પ્રગટેશ્વર મંદિર ખાતેથી શહેરમાં ભારતીય જનતા પાર્ટીના ઉમેદવાર શંભુનાથજી એ બાઈક રેલી યોજી
ઘોઘા-હજીરા વચ્ચે ચાલતી રોપેક્ષ ફેરી સર્વિસમાં પ્રવાસીઓની સલામતી અને સુરક્ષાના નામે મીંડુ
ઘોઘા-હજીરા વચ્ચે ચાલતી રોપેક્ષ ફેરી સર્વિસમાં પ્રવાસીઓની સલામતી અને સુરક્ષાના નામે મીંડુ
તળાજા પંથકના બિસ્માર રોડ અને મોંઘવારી મુદ્દે આ નેતાઓ શું કહે છે? જુઓ
તળાજા પંથકના બિસ્માર રોડ અને મોંઘવારી મુદ્દે આ નેતાઓ શું કહે છે? જુઓ