মৰাণত সঘনাই উদ্ধাৰ হৈছে ৰে'ল খুন্দাত মৃত্যু হোৱা ব্যক্তি মৃতদেহ। বুজা আনন্দৰ মাজতেই মৰাণৰ চেপনত ৰে'ল খুন্দাত মৃত্যু হৈছিল এজন যুৱক। সেই ঘটনা উত্তেজনা মাৰ নেজাওতেই আজি পুনৰ মৰাণত উদ্ধাৰ হল অচিনাক্ত ব্যক্তিৰ মৃতদেহ। মৰাণ আৰু চেপন ৰে'ল ষ্টেচনৰ মাজত ৰে'ল লাইনৰ কাষত মৃত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। অধ উলঙ্গ অৱস্থাত থকা মৃত ব্যক্তি জন পৰিচয় এতিয়াও লাভ কৰা নাই। বাতৰি কৰা সময় লৈকে কোন সময়ত এই ঘটনা সংঘটিত হল সেই বিষয়ে জানিব পৰা হোৱা নাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰৰ শ'লগুৰিত আৰক্ষী আৰু ৰাইজৰ মাজত ফুটবল খেল--আজাদী কী অমৃত মহোৎসৱ উপলক্ষে এই প্ৰীতি খেল
শিৱসাগৰৰ শ'লগুৰিত আৰক্ষী আৰু ৰাইজৰ মাজত ফুটবল খেল--আজাদী কী অমৃত মহোৎসৱ উপলক্ষে এই প্ৰীতি...
મહુધા બ્રાહ્મણી માતાજીના મંદિરે મહા આરતી 2022 | Spark Today News Vadodara
મહુધા બ્રાહ્મણી માતાજીના મંદિરે મહા આરતી 2022 | Spark Today News Vadodara
INDIA Alliance Protest Updates: Modi सरकार पर बरसे Rahul Gandhi, रोजगार को लेकर साधा निशाना
INDIA Alliance Protest Updates: Modi सरकार पर बरसे Rahul Gandhi, रोजगार को लेकर साधा निशाना
ವಿದ್ಯಾರ್ಥಿಗಳಿಗೆ ಉಚಿತ ಪುಸ್ತಕ ಸ್ಕೂಲ್ ಬ್ಯಾಗ್ ಹಾಗೂ ಶೂ ವಿತರಣಾ ಸಮಾರಂಭ
ಮಹಾಲಕ್ಷ್ಮೀಲೇಔಟ್ ವಿಧಾನಸಭಾ ಕ್ಷೇತ್ರದ ವ್ಯಾಪ್ತಿಯಲ್ಲಿ ಬರುವ ಕೃಷ್ಣಾನಂದನಗರ ಕರ್ನಾಟಕ ಪಬ್ಲಿಕ್ ಶಾಲೆ,...