মাজুলীৰ ৰাৱনাপাৰত তেজস্বীতা বৰুৱালৈ শেষ শ্ৰদ্ধাঞ্জলি ৰুমাল লাইভৰ*

*জনপ্ৰিয় কণমানি শিল্পী গৰাকীৰ মৃত্যুত ম্ৰিয়মান মাজুলী*

*ৰুমাল লাইভৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল তেজস্বীতা*

*ৰুমালৰ কৰ্মকৰ্তা সকলৰ উপস্থিতিত স্থানীয় ৰাইজৰ সহযোগত শেষ বাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনোৱা হয় মৰমৰ কণমানি শিল্পী গৰাকীক*

*মাজুলীৰ পয়ালগা স্বাস্থ্য খণ্ড সন্দৰ্ভতো ৰুমাল লাইভে ক্ষোভ প্ৰকাশ কৰে*