লখিমপুৰৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত বান্দৰদেৱা আৰক্ষী চকীয়ে পুনৰ ড্ৰাগছ সহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলা অভিযানত পাৰ্বতীপুৰৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিব্য পাতিৰ নামৰ এগৰাকী ব্যক্তিক। ব্যক্তিজনৰ পৰা ৯৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,এটা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছ আৰু এটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
“ભાજપને જનસમર્થન મળતા કોંગ્રેસ હતાશમાં”@Sandesh News
“ભાજપને જનસમર્થન મળતા કોંગ્રેસ હતાશમાં”@Sandesh News
इंस्टाग्राम पर अभद्र टिप्पणी करने पर एक अभियुक्त गिरफ्तार।
जनपद जौनपुर थाना सरायख्वाजा में,इंस्टाग्राम पर अभद्र टिप्पणी करनें पर एक अभियुक्त गिरफ्तार।मालूम...
काँवर एकता समिति द्वारा हर साल के तरह कूबेरनगर से मुकतेश्वर महादेव को जल चढ़ाएं कमरिया !#महादेव
काँवर एकता समिति द्वारा हर साल के तरह कूबेरनगर से मुकतेश्वर महादेव को जल चढ़ाएं कमरिया !#महादेव