লখিমপুৰ জিলাৰ নাওবৈছা আৰক্ষীয়ে আটক কৰিছে ২৫ টাকৈ চোৰাং গৰু সহ এখন ট্ৰাক। গোপন সুত্ৰৰ পম খেদি নাকা চেক বহাই আটক কৰে উক্ত ট্ৰাকখন। AS 04 BC 0204 নম্বৰৰ এখন ১২ চকীয়া ট্ৰাকত আনিছিল ২৫টা কৈ গৰু। উক্ত গৰু খিনি ফটেহপুৰ অঞ্চলৰ পৰা বৰছলা অভিমুখে আহি থকা অবস্থাতে আটক কৰে নাওবৈছা আৰক্ষীয়ে। জব্দ কৰা ট্ৰাক খনৰ ড্ৰাইভাৰ হেন্দিমেন সহ, গৰু খিনি লৈ অনা হয় নাওবৈছা আৰক্ষী চকীলৈ। ইতিমধ্যে ড্ৰাইভাৰ হেন্দিমেনক সোধাপোছা অব্যাহত ৰাখিছে যদিও প্ৰকৃত ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Airport Accident: दिल्ली एयरपोर्ट पहुंचे उड्डयन मंत्री, हादसे पर क्या कहा? मुआवजे का ऐलान
Delhi Airport Accident: दिल्ली एयरपोर्ट पहुंचे उड्डयन मंत्री, हादसे पर क्या कहा? मुआवजे का ऐलान
ৰহা ডুগডুগী ট্ৰাষ্ট উদ্বোধন, ৩৩গৰাকী জ্যেষ্ঠ নাগৰিক সহ ৫গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা।
ডুগডুগী স্বতাধিকাৰী উৎপল বনিয়া ৰ কবিতা পুথি "এদিন ইন্দ্ৰ হম"উন্মোচন।
ৰহাত আজি ডুগডুগী ট্ৰাষ্ট ৰ উদ্বোধন কৰাৰ লগতে ৩৩গৰাকী জ্যেষ্ঠ নাগৰিক সহ ৫গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী...
Kolhapur : कसबा तारळे जुगार अड्डा छापा प्रकरणी लाचेची तालुक्यात रंगतदार चर्चा...BPN news network
Kolhapur : कसबा तारळे जुगार अड्डा छापा प्रकरणी लाचेची तालुक्यात रंगतदार चर्चा...BPN news network
বিশ্বনাথৰ ধূলি চাহ বাগিছাত অাদিবাসী ৰাইজৰ সহযোগত আদিবাসী শান্তি চুক্তি স্বাক্ষৰ কাৰি গোটক বিশেষ অভিনন্দন
বিশ্বনাথ জিলাৰ ধূলি চাহ বাগিছা খেলপথাৰত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বিশ্বনাথ জিলা...
शहीद जवान भगवान खंदारे यांना शासकीय इतमामात देण्यात आली अखेरची मानवंदना
शहीद जवान भगवान खंदारे यांना शासकीय इतमामात देण्यात आली अखेरची मानवंदना