সোণাৰিৰ লংপতীয়া পঞ্চায়তত বিশেষ গাঁওসভা সম্পন্ন। দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়নৰ উদ্দেশ্যে লংপতীয়া পঞ্চায়তত বিশেষ গাঁওসভা অনুষ্ঠিত কৰা হয়।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |