আসন প্ৰাণায়ামেৰে এজন হৃদয় ৰোগী কেনেদৰে সুস্থ হৈ থাকিব পাৰে -- যোগ পুৰুষ, কর্ম যোগী, ৰাজ যোগী,ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ বছৰীয়া ওপজা দিনত অখিল ভাৰতীয় যোগ শিক্ষক মহা সঙ্ঘই সমগ্ৰ ভাৰততে ৭২লাখ লোকৰ সমূহীয়া যোগাভ্যাসৰ কাৰ্যসূচী হাতত লয় । মৰিগাঁৱতো অখিল ভাৰতীয় যোগ শিক্ষক মহা সঙ্ঘ মৰিগাঁও জিলা সমিতিয়ে ভকত গাওঁ মণি কাঞ্চন যোগ বিদ্যালয়ৰ পূৰ্ণ সহযোগীতাত জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমূহীয়া যোগাভ্যাসৰ কাৰ্যসূচীৰ হাতত লয় অখিল ভাৰতীয় যোগ শিক্ষক মহা সঙ্ঘৰ মৰিগাঁও জিলাৰ সমিতিৰ সভানেত্রী কল্পনা গোস্বামী আৰু সম্পাদক ৰিণ্টু কুমাৰ বৰা। বন্তি প্ৰজ্বল কৰে জেষ্ঠ যোগ শিক্ষক মনোৰঞ্জন চৰকাৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: बुलंदशहर में पुलिस चौकी के बाहर खड़ी गाड़ियों में लगी आग, धू-धू कर जली 12 गाड़ियां
Breaking News: बुलंदशहर में पुलिस चौकी के बाहर खड़ी गाड़ियों में लगी आग, धू-धू कर जली 12 गाड़ियां
પોલીસનું PGVCL ઉમેદવારો સાથે અમાનવીય વર્તન
પોલીસનું PGVCL ઉમેદવારો સાથે અમાનવીય વર્તન
રાજકોટમા વિદ્યુત સહાયકની ભરતીને લઇ 5...
ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত বিলাসী বাহনত ২৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ
ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত বিলাসী বাহনত ২৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ