মাজুলীত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা তেজস্বীতা বৰুৱাৰ মৃত্যুৰ সন্দৰ্ভত গোলাঘাট ফৰকাটিংত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া l মাজুলীত চিকিৎসা বিভাগৰ গাফিলতিৰ বাবেই এগৰাকী 14 বছৰীয়া কিশোৰীৰ মৃত্যুৱে জোকাৰণিৰ সৃষ্টি কৰিছে এতিয়া সমগ্ৰ ৰাজ্যত। স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপে এতিয়া লজ্জিত কৰিছে বুলি আজি গোলাঘাটত মন্তব্য প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। আৰু লগতে কিশোৰী গৰাকীৰ মৃত্যুৰ এক উপযুক্ত তদন্ত ৰাজ্য চৰকাৰে কৰি যি সকল লোকৰ ভুলৰ বাবে তেজস্বীতা বৰুৱাৰ মৃত্যু হৈছে সেই সকল লোকক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে আজি কৃষক নেতা বিদ্যুত শইকীয়াই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ આટકોટ કે.ડી હોસ્પિટલમાં આરોગ્યમંત્રી ઉપસ્થિત રહ્યા હતા
કેન્દ્રીય આરોગ્ય મંત્રી શ્રી મનસુખભાઈ માંડવીયાજીએ આટકોટ સ્થિત શ્રી કે.ડી.પરવાડીયા...
पटवार संघ ने की पेन डाउन हड़ताल
पटवार संघ ने की दो दिवसीय पैन डाउन हड़ताल
नैनवा पटवार संघ के सदस्यों ने सरकार के साथ हुए समझौते...
iOS 18:iPhone यूजर्स के लिए बड़ी खबर! बदल जाएगा Control Center; ये विजेट भी होंगे बिल्कुस नए..
Apple अपने कस्टमर्स के लिए जल्द ही iOS 18 अपडेट लेकर आने की तैयारी में है। ऐसे में समय-समय से iOS...