সোণাৰিৰ ৰহনত চাঞ্চল্যকৰ হত্যাকাণ্ড । সাপেখাতি আৰক্ষী থানাৰ অন্তৰ্গত ৰহন নেপালী গাঁৱত সংঘটিত হৈছে এই ঘটনা। দশমীৰ নিশাই শুৱা পাতিতে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে সুভাষ মুণ্ডা আৰু বিনিতা মুণ্ডাক। জীতেন বৰুৱা নামৰ ব্যক্তিজনৰ বাগানত পাত চিঙা কামত কৰ্মৰত আছিল এই দুয়োগৰাকী লোক। চোকা দাৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ। হত্যাকাণ্ডৰ বিষয়ে জানিব পাৰি চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে অনুসন্ধান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જીવતી દાટી દેવાયેલ નવજાત બાળકીના ગુનેહગારો ને સા. કા. પોલીસે ઝડપી લીધા.
સાબરકાંઠા માં આવેલ ગાભોઇ માં નવજાત માસુમ બાળકીને જીવતી દાટી દેવાનો બનાવ ગઈ કાલે બન્યો હતો, ભારતના...
ঢকুৱাখনা পৌৰ সভা উদ্যোগত চিত্ৰাংকন, কুইজ, ৰচনা প্ৰতিযোগিতা
আজাদি কা অমৃত মহোৎসৱ উপলক্ষে ঢকুৱাখনা পৌৰ সভাৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন ,কুইজ ,আৰু...
Fruits for Healthy Skin: स्किन टेक्सचर को इंप्रूव कर उसे हेल्दी व जवां बनाए रखने में मददगार हैं ये फल
अगर आपकी स्किन पर चमक नहीं है। कील-मुंहासों के साथ दाग-धब्बों से अलग परेशान कर रखा है और बढ़ती...
মাজুলীত আটক শিশু অপহৰণকাৰী
মাজুলীত আটক শিশু অপহৰণ কাৰী ৷ উজনি মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত উজনি চেৰেপাই গাঁৱৰ...
આપ ના નેતા ને રાજાસાહી ઉપર ખરાબ ટિપ્પણી કરવી ભારે પડી || ક્ષત્રિય સમાજ ની માફી માંગી #darbar
આપ ના નેતા ને રાજાસાહી ઉપર ખરાબ ટિપ્પણી કરવી ભારે પડી || ક્ષત્રિય સમાજ ની માફી માંગી #darbar