সোণাৰিৰ ৰহনত চাঞ্চল্যকৰ হত্যাকাণ্ড । সাপেখাতি আৰক্ষী থানাৰ অন্তৰ্গত ৰহন নেপালী গাঁৱত সংঘটিত হৈছে এই ঘটনা। দশমীৰ নিশাই শুৱা পাতিতে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে সুভাষ মুণ্ডা আৰু বিনিতা মুণ্ডাক। জীতেন বৰুৱা নামৰ ব্যক্তিজনৰ বাগানত পাত চিঙা কামত কৰ্মৰত আছিল এই দুয়োগৰাকী লোক। চোকা দাৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ। হত্যাকাণ্ডৰ বিষয়ে জানিব পাৰি চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে অনুসন্ধান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Srilanga fisherman arrest
While the Indian Coast Guard was engaged in patrolling operations, they encircled and captured a...
Railway Stocks Big Rally | PSU Stocks में जबरदस्त तेजी का माहौल, कहां लगाएं दांव? | IRCTC | Texmaco
Railway Stocks Big Rally | PSU Stocks में जबरदस्त तेजी का माहौल, कहां लगाएं दांव? | IRCTC | Texmaco
માલધારી દ્વારા ઠેરઠેર રોષપૂર્ણ વિરોધ
માલધારી દ્વારા ઠેરઠેર રોષપૂર્ણ વિરોધ
ગુજરાતમાં G-20 સમિટના અનુસંધાનમાં ભારત સરકારના પ્રવાસન વિભાગની ટીમ કચ્છની મુલાકાતે
ગુજરાતમાં G20 સમિટના અનુસંધાનમાં ભારત સરકારના પ્રવાસન વિભાગની ટીમ કચ્છની મુલાકાતે… ...