নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰিতোলা কীৰ্তন ঘৰ প্ৰাংগনত আয়োজন কৰা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ সংখ্যাক আবিৰ্ভাৱ মহোৎসৱত আমন্ত্ৰিত বৰপেটা জিলাৰ ভৱানীপূৰ গোপাল আতা থিয়নাম দলৰ আকৰ্ষনীয় থিয়নাম পৰিবেশনৰ এটি বিশেষ মুহুৰ্ত৷
বৰিতোলা কীৰ্তন ঘৰ প্ৰাংগত আয়োজিত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ তম আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আমন্ত্ৰিত থিয় নামদলৰ আকৰ্ষনীয় থিয়নাম

