সৰুপথাৰত অনুষ্ঠিত হব কেন্দ্ৰীয় সতী সাধনী স্মৃতি দিৱস । তাৰ বাবে পূৰ্ণ প্ৰস্তুতি আজিৰে পৰা আৰম্ভ হৈছে । আজি সৰুপথাৰস্থিত দক্ষিণ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ৰ প্ৰেক্ষাগৃহত এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাতে বিধায়ক বিশ্বজিৎ ফুকনক সভাপতি , মাধুয্য শইকীয়াক কায্যকাৰী সভাপতি আৰু মহকুমাধিপতি দিনচেংফা বৰুৱাক সম্পাদিকা, অভিজিৎ চুতীয়া আৰু অনুপ জ্যোতি বৰাক সহ: সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় । লগতে চুতীয়া জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ বিষয়ববীয়া সকলক বিভিন্ন বিভাগত দায়িত্ব দিয়াৰ উপৰিয়ো ধনশিৰি বিভিন্ন জনগোষ্টীৰ ব্যক্তি সকলক স্মৃতি দিৱসৰ দায়িত্ব অৰ্পণ কৰি এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় । সকলোৱে সতী সাধনী স্মৃতি দিৱসটি সর্বাংগ সুন্দৰ ভাবে উদযাপন হোৱাটো একান্তই কামনা কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वाघोलीतील समस्याबाबत आयुक्तांची भेट
वाघोली ता. हवेली येथील विविध समस्याबाबत शिरूर हवेलीचे आमदार अशोक पवार यांच्या मार्गदर्शनाखाली...
Petrol Diesel Price: सस्ता हुआ पेट्रोल-डीजल? Reliance-BP के बाद अब इस कंपनी ने घटाए दाम
नई दिल्ली, बिजनेस डेस्क। देश की सबसे बड़ी निजी फ्यूल रिटेलर कंपनी नायरा एनर्जी ने मंगलवार को...
Mpox ने दी पड़ोसी देश पाकिस्तान में दस्तक,क्या भारत के लिए है खतरे की घंटी! जानें डॉक्टर की राय
दुनियाभर में इस समय Mpox चिंता का विषय बना हुआ है। अफ्रीकी देशों में आतंक मचाने के बाद यह वायरस...
ভোগবাৰীৰ মৃগাংক গগৈৰ অসম ফুটবল দলত স্থান
শিমলুগুৰি ভোগবাদী ফুটবল একাডেমীৰ খেলুৱৈ মৃগাংক গগৈয়ে মেঘালয়ৰত অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্ট...
વન કવચનું લોકાર્પણ કાર્યક્રમ
વન વિભાગ, ગાંધીનગર દ્વારા કોલવડા ગામ નજીક નિર્માણ કરવામાં આવેલા ’વન કવચ’ નું લોકાર્પણ...