নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত অসম অৰুনাচল সীমান্তৱৰ্তী বিষ্ণুপুৰ গাঁৱৰ দীৰ্ঘদিনীয়া যাতায়ত সমস্যা দুৰ কৰাৰ বাবে আজি হাতে কামে লাগিল গাঁওবাসী ৷ গাঁওখনৰ একমাত্ৰ পথটোৰ দুৰৱস্থাৰ বাবে বছৰি সীমাহীন দুখ যান্ত্ৰণা ভুগি অহা গাঁওবাসীয়ে চৰকাৰ তথা প্ৰশাসনলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে সমগ্ৰ পথচোৱা ৷ এশ শতাংশ কৃষিজীৱি ল লোকে বসবাস কৰা বিষ্ণুপুৰ গাঁওবাসীয়ে পথটোৰ উন্নয়ণৰ বাবে পাৰ্যমানে আৰ্থিক সহাৰি আগবঢ়োৱাৰ লগতে শ্ৰমদান কৰি যাতায়তৰ অনুকুল কৰিলে পথটো ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল দীৰ্ঘদিনে চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰিও ৰাইজে গাঁৱৰ পথটো উন্নয়ণ কৰিব নোৱাৰিলে ৷ যাৰবাবে আজি সকলো মিলি পথতোৰ উন্নয়ণ কৰিলেও একোটা স্থায়ী পকী পথ নিৰ্মাণৰ বাবে সংশ্লিষ্ট কতৃপক্ষ তথা চৰকাৰলৈ দাবী জনাইছে গাঁওবাসীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DAC ৰ ৰণত নামিল ড• অমিয় কুমাৰ ভূঞা
দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মূখ্য কাৰ্যালয়স্থিত বিহপুৰীয়া বিধানসভা সমষ্টিত পৰিষদৰ নিৰ্বাচনক লৈ...
बेटी डरकर गिरी तो कुत्ते को उठाकर पटका, शिकायत करने आए पति -पत्नी को भी पीटा
बेटी डरकर गिरी तो कुत्ते को उठाकर पटका, शिकायत करने आए पति -पत्नी को भी पीटा
बीसलपुर बांध के कल खुल सकते है गेट:24 घंटे में 24CM पानी की हुई आवक
बीसलपुर बांध के भराव क्षेत्र के भीलवाड़ा, चित्तौड़गढ़ जिलों में फिर तेज बारिश होने से बीसलपुर बांध...