শংকৰদেৱৰ আবিৰ্ভাৱ তিথিত এগৰাকী কনমানিৰ নৃত্যই মুহিলে উপস্থিত সকলোকে

কনমানি গৰাকীৰ নৃত্যই পুলক জগাইছে সকলোকে 

হৰিনামৰ অময়া সুৰৰ তালে তালে নৃত্যত হাস্যবদণ কনমানিৰ