চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা ষষ্ঠ বাৰ্ষিক শাৰদীয় দূৰ্গা পূজাৰ আজি নৱমী। বিগত দুটা দিনৰ দৰে আজিও আগমণ ঘটিছে বহু লোকৰ। নৱমী উপলক্ষে আজি পুৱাৰ ভাগত কুমাৰী পূজা সম্পন্ন কৰা পাছতে বিশেষ যজ্ঞ আয়োজন কৰা হয়। চৰাইদেউ যুৱ সমাজৰ লগতে বিভিন্ন লোকে অংশগ্ৰহণ কৰি মা দুৰ্গাৰ আশীৰ্বাদ কামনা কৰে নৱমীৰ দিনটোত। ইফালে আজি সন্ধিয়া চৰাইদেউ যুৱ সমাজৰ পূজাস্থলীত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
LIC Share Price | Q3 Results Impact|LIC और Grasim के Shares पर इस तिमाही के नतीजों का कैसा हुआ असर?
LIC Share Price | Q3 Results Impact|LIC और Grasim के Shares पर इस तिमाही के नतीजों का कैसा हुआ असर?
Sikkim Floods: सिक्किम की बाढ़ और केदारनाथ त्रासदी में क्या कोई समानता है? Ground Report (BBC Hindi)
Sikkim Floods: सिक्किम की बाढ़ और केदारनाथ त्रासदी में क्या कोई समानता है? Ground Report (BBC Hindi)
સાબરકાંઠા: ઈડરના ઓડા ગામની કોલેજીયન યુવતીનો એસિડ પીને આપઘાતની ઘટના
સાબરકાંઠા: ઈડરના ઓડા ગામની કોલેજીયન યુવતીનો એસિડ પીને આપઘાતની ઘટના
વડોદરા શહેરમાં રોકસ્ટાર સર્કલ પાસે સેન્ટ્રો ગાડીમાં આગ | SatyaNirbhay News Channel
વડોદરા શહેરમાં રોકસ્ટાર સર્કલ પાસે સેન્ટ્રો ગાડીમાં આગ | SatyaNirbhay News Channel